কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিপথগমনVerbal Noun
স্বাভাৱিক আচৰণৰ পথৰ পৰা বিচ্যুত হোৱা কাৰ্য্য
the act of straying from the path of normal behaviour
- বিপথনVerbal Noun
স্বাভাৱিক আচৰণৰ পথৰ পৰা বিচ্যুত হোৱা কাৰ্য্য
the act of straying from the path of normal behaviour
- বিপথেbi.po.theAdverb
Out of the right way
- বিপথে যাbi.po.the jaVerb-Intran.
ভুল পথে যা বা শুদ্ধ পথৰ পৰা বিচলিত হ
to take the wrong way or deviate from the right way
- বিপদগ্ৰস্ত কৰ্bi.pod.gros.to korVerb-Trans.
বিপদৰ মুখলৈ ঠেলি দে
to expose to danger or risk
- বিপদজনকভাৱেAdverb
এনেধৰণে কৰা যি কোনো দুৰ্ঘটনা বা বিপদ ঘটাব পাৰে
in a manner that may potentially harm somebody or something or cause an accident
- বিপদত পেলাbi.po.dot pe.laVerb-Trans.
বিপদত পেলা অৰ্থাত্ এনে কাম কৰ্ যাতে আনজন বিপদত পৰে
to put to trouble, i.e. do such a thing so that the other has to face difficulty
- বিপদত পৰ্bi.po.dot porVerb-Intran.
অসুবিধা বা বিপদৰ সন্মুখীন হ
to get into difficulty or danger
- বিপদাপন্নbi.po.da.pon.noAdverb
একেবাৰে নিশ্চিহ্ন হৈ যাবলৈ ধৰা কোনো প্ৰজাতি |
Species that are in danger of extinction.
- বিপাকেAdverb
টান বা নিৰুপায় অবস্হাত; সঙ্কটত পৰি
in a helpless state
- বিপাঙত পেলাbi.pangot pe.laVerb-Intran.
সময়, স্থান বা ব্যক্তি সাপেক্ষে খেলি-মেলি লাগ৷
Become impaired orientation with respect to time, place, or person; a disturbed mental state
- বিপাঙেAdverb
টান বা নিৰুপায় অবস্হাত; সঙ্কটত পৰি
in a helpless state
- বিপাদনbi.pa.donVerbal Noun
কাৰোবাৰ দ্বাৰা জীৱন নাশ কৰা কাৰ্য্য ৷
The act of terminating a life forcefully by someone.
- বিপাড়্bipāṛTransitive verb
উভাল্; যেনে-"দ্বাৰে মত্ত মাতঙ্গ ঘাতিয়ে তাসু বিপাড়িয়ে দন্ত" (ভটিমা)।
- বিপ্ৰকৰ্ষbi.pro.kor.xoVerbal Noun
উচ্চাৰণৰ সুবিধাৰ কাৰণে দুই ব্যঞ্জন বৰ্ণৰ মাজত এক চুটি স্বৰবৰ্ণৰ অন্তৰ্ভুক্তি
the insertion of a short vowel between consonants in order to make a word more easily pronounceable
- বিপৰ্য্যস্তbi.por.jyos.toVerbal Adj.
কোনো কাৰণত ধ্বংস, নষ্ট বা নিৰ্মূল হোৱা।
rendered useless by breaking or destroying by any means.
- বিপৰ্যয়bi.por.joyVerbal Noun
ওপৰৰ পৰা অথবা উচ্চ পদৰ পৰা তললৈ নামি অহা|
descent to a lower position or standing.
- বিফল কৰ্bi.phol korVerb-Trans.
কাৰোবাৰ লক্ষ্য পূৰণত বাধা দে
to stop somebody from achieving a goal
- বিবদমানbi.dod.manVerbal Adj.
যাক লৈ যুঁজ বা বিবাদ চলি আছে।
something for which a fight or quarrel is on.
- বিবাচিতVerbal Adj.
আনুষ্ঠানিকভাৱে পৰীক্ষা কৰা আৰু ইয়াৰ অগ্ৰাহ্য অংশসমূহ দমন কৰা৷
examine officially and suppress unacceptable parts of it.