কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ট্ৰাঙ্ক-কলṭrāṅka-kalaNoun
টেলিফোনত এঠাইৰপৰা অন্য টাইৰ লগত কথা পতা কাৰ্য্য।
- ট্ৰামṭrāmaNoun
এবিধ যাত্ৰীবাহী যান।
tram
- ট্ৰাষ্টAbstract Noun
ভৱিষ্যতৰ বাবে সংৰক্ষিত বা নিৰ্দ্দিষ্ট উদ্দেশ্যৰে সংগৃহীত আৰ্থিক সম্পদ।
a monetary resource, preserved for future use or accumulated for a specific purpose.
- ট্ৰায়োডtra.yo`.dMaterial Noun
এবিধ তাপ-আয়নীয়-ভালভ
an electronic amplifying vacuum tube
- ট্ৰিছমাছNoun
ট্ৰিছমাছ
ট্ৰিছমাছ
- ট্ৰিপছিনNoun
ট্ৰিপছিন
ট্ৰিপছিন
- ট্ৰিলজিtri.lo.giMaterial Noun
পৰস্পৰ সম্পৰ্কযুক্ত তিনিখন নাটক বা উপন্যাস৷
A group of three dramatic or literary works related in subject or theme.
- ট্ৰেṭreNoun
ডলাৰ নিচিনা পাত্ৰ।
tray
- ট্ৰেইtreiMaterial Noun
সৰুসুৰা বস্তু কঢ়িয়াবলৈ কাঠ বা আন ধাতুৰে বনোৱা, সাধাৰনতে দুয়োকাষ অলপ অলপ ওপৰলৈ উঠা চেপেটা আকৃতিৰ (সৰু)থাল।
a (small), flat piece of wood, metal, plastic with raised edges to carry or hold things like food, glass etc.
- ট্ৰেইনṭreinaNoun
ৰেলগাড়ী।
train
- ট্ৰেইলাৰṭreilāraNoun
মটৰ গাড়ী আদিৰ পিছত লগাই দিয়া ডবা
trailer
- ট্ৰেক্টৰMaterial Noun
মুলতঃ কৃষি কাৰ্য্যত ব্যৱহৃত এখন গাড়ী
a vehicle primarily used in agriculture
- ট্ৰেজাৰিṭrejāriNoun
চৰকাৰী ধন-সম্পত্তি থোবা ঘৰ।
treasury
- ট্ৰেন্সফৰ্মাৰtrens.for.marCommon Noun
এটা স্থিতিশীল বৈদ্যুতিক আহিলা যি কম্পনাংকৰ পৰিৱৰ্তন নঘটোৱাকৈ এটা বৰ্তনীৰ পৰা আন এটা বৰ্তনীলৈ বিদ্যুৎ-চুম্বকীয় আৱেশৰ দ্বাৰা বৈদ্যুতিক শক্তিৰ স্থানান্তৰ কৰে ৷
A static electrical device that transfers electrical energy from one circuit to another circuit through electromagnetic induction without any change in frequency.
- ট্ৰেপিজিয়ামtre.pi.ji.amAbstract Noun
মাত্ৰ এযোৰ সমান্তৰাল বাহু থকা এক চতুৰ্ভুজ
a quadrilateral with a pair of parallel sides
- ট্ৰে’treiMaterial Noun
সৰুসুৰা বস্তু কঢ়িয়াবলৈ কাঠ বা আন ধাতুৰে বনোৱা, সাধাৰনতে দুয়োকাষ অলপ অলপ ওপৰলৈ উঠা চেপেটা আকৃতিৰ (সৰু)থাল।
a (small), flat piece of wood, metal, plastic with raised edges to carry or hold things like food, glass etc.
- টৰ্চtorsMaterial Noun
বেটেৰী চালিত হাততে লব পৰা বিজুলি চাকি
a hand-held electric light run on batteries
- টৰ্পেড’Proper Noun
পানীৰ তলেৰে যাব পৰা এক ক্ষপেনাস্ত্ৰ
an underwater missile