কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তদুত্তৰেtaduttareAdverb
তাৰ উত্তৰত; সেই কথাৰ উত্তৰত
in reply to that
- তদুপৰিtadupariAdverb
তাতে বাজে; তাৰ বাহিৰেও; তাৰ উপৰিও
besides that; moreover
- তদ্গদচিত্ততাtod.god.sit.to.taVerbal Noun
কিবা জানিবলৈ একাগ্ৰভাৱে মন দিয়া কাৰ্য্য|
A general interest that leads people to want to know more.
- তদ্দণ্ডেtaddaṇḍeAdverb
তেতিয়াই; তত্ক্ষণাৎ
immediately; instantly
- তদ্ৰূপেtod.ru.peAdverb
পূৰ্বতে হৈ যোৱা বা উল্লেখিত কোনো ঘটনা বা কথাৰ অনুসৰি |
In a way that is appropriate to what has been done or said in a particular situation.
- তদৱধিto.do.bo.dhiAdverb
সেই কালকে সীমা কৰি বৰ্তমানলৈ |
Between a particular past time and the present; from then till now.
- তধা লাগto.dha lagVerb-Intran.
হঠাতে অতি আশ্চৰ্য্য-চকিত হোৱা
fill with wonder, strike with sudden and usually great wonder or surprise
- তধা লাগি চাto.dha la.gi saVerb-Intran.
To look steadily and intently
- তধামূৰি খাto.dha.mu.ri khaVerb-Intran.
সময়, স্থান বা ব্যক্তি সাপেক্ষে খেলি-মেলি লাগ৷
Become impaired orientation with respect to time, place, or person; a disturbed mental state
- তন্দ্ৰাচ্ছন্নton.dra.son.noVerb-Intran.
পাতলীয়াকৈ টোপনিওৱা বা প্ৰায় টোপনি আহোঁ আহোঁ হোৱা৷
to be in a light sleep, half asleep or almost asleep.
- তপ কৰ্top korVerb-Trans.
সকলো বিষয়-সুখ পৰিহাৰ কৰি হাবিত বহুবছৰ ধৰি গভীৰ আৰাধনা কৰি দেৱতাৰ দৰে কোনো স্বৰ্গীয় সত্বাক উপাসনা অথবা আহ্বান কৰ্
to invoke a heavenly figure like a deity by means of deep prayer for years in the woods by shunning all material pleasure
- তপত কৰ্to.pot korVerb-Trans.
তাপ প্ৰয়োগ কৰি উষ্ণতা বৃদ্ধি কৰ্
to make hot or warm
- তপতাTransitive verb
উৰু কৰ্; ; তপত কৰ্; . কৱদ
to warm ; to heat
- তপতিয়াৰtop.ti.yarVerbal Noun
সাঁজু হৈ থকা, সজাগ হৈ থকা|
Ready in action; quick to act as occasion demands.
- তপতেAdverb
গৰমে; তপত অবস্হাত; চেঁচা নোহোবা অবস্হাত
in a warm state
- তপতে-তপতেAdverb
কিবা এটা কাম সোনকালে আৰম্ভনিতে কৰা|
doing something while it is fresh or new.
- তপস্যা কৰ্to.po.sya korVerb-Trans.
সকলো বিষয়-সুখ পৰিহাৰ কৰি হাবিত বহুবছৰ ধৰি গভীৰ আৰাধনা কৰি দেৱতাৰ দৰে কোনো স্বৰ্গীয় সত্বাক উপাসনা অথবা আহ্বান কৰ্
to invoke a heavenly figure like a deity by means of deep prayer for years in the woods by shunning all material pleasure
- তপস্যা-পৰায়ণto.po.sya-po.ra.yonVerbal Adj.
ঘোৰ তপস্যাত বিশ্বাসী লোক
devoted to austere or severe meditation
- তপালনিNoun; Adverb
তপালি তপালি।
- তপাল্tapālTransitive verb
বস্ত্ত খ'ওঁতে বা খোবা বস্ত্তৰ সোবাদ লওঁতে মুখ বা ওঁঠেৰে তপ্ তপ্ শব্দ কৰ্
to smack the lips after tasting something