কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিযোজিতniyojitaAdjective
নিযুক্ত হোবা।
- নিযোজ্যAdjective
নিযুক্ত কৰিবৰ উপযুক্ত
fit to be employed
- নিলগা-নিলগিAdjective
আঁতৰা-আঁতৰি; বেলেগ বেলেগ; এটাৰপৰা আনটো নিলগ হৈ থকা
distant or separate from each other
- নিলম্বিতnilambitaAdjective
ওলমাই থোবা; আঁৰি থোবা
suspended
- নিলাজnilājaAdjective
লাজ-নাইকিয়া; অপমানলৈ ভয়নকৰা
shameless; impudent
- নিলিখাni.li.khaVerbal Adj.
লিখিত বা লিপিবদ্ধ ৰূপত নথকা নীতি নিয়ম, আইন ,তথ্য আদি৷ লিখিত ৰূপত নাথাকিলেও এই বিলাকৰ বিষয়ে মানুহৰ সম্যক ধাৰণা থাকিব পাৰে৷
(rule,law,norm, information etc.) which are not yet written down or recorded though people know about them and understand e.g. we have an unwritten agreement..
- নিলীয়মানnilīẏamānaAdjective
লুকাই থকা।
- নিশকতীয়াni.xo.ko.ti.yaProper Adj.
বেমাৰৰ কাৰণে বা খাদ্যৰ অভাৱত অস্বাভাৱিকভাৱে ক্ষীণ হোৱা ৷
Abnormally thin or weak, especially because of illness or a lack of food.
- নিশকৱতীয়াniśakawatīẏāAdjective
শক্তিশূন্য; দুৰ্ব্বল; ক্ষীণ
feeble; weak; not strong
- নিশঙ্কniśaṅkaAdjective
শঙ্কাশূন্য; নিৰ্ভয়; নিঃসন্দেহ
fearless; free from doubt
- নিশব্দniśabdaAdjective
শব্দ বা মাত-বোল নথকা; নিশুব্ধ
still; silent
- নিশাniśāAdjective
ৰাতি
night
- নিশিতniśitaAdjective
চোকা; ধাৰ থকা; যেনে-"বৰিষন্ত নিশিত সায়ক অসংখ্যাত" (কীৰ্ত্তন)।
- নিশেষniśeṣaAdjective
শেষ বা বাকী নথকা; পূৰা; সম্পূৰ্ণ; সমুদায়
completed; finished; entire
- নিশ্চলniścalaAdjective
অচল; নলৰা; লৰচৰ নকৰা
immovable; firm
- নিশ্চিতniścitaAdjective
ঠিক কৰা; নিশ্চয় কৰা; স্হিৰ কৰা
determined; settled
- নিশ্চিহ্নProper Adj.
কোনো চিন-চাব নথকা
having no signs
- নিশ্চুপni.supProper Adj.
মাত বা কোলাহল নথকা
absence of noise/voice
- নিশ্চেষ্টniśceṣṭaAdjective
চিন্তাশূন্য; কাৰবাৰ নকৰা; উদ্যম নথকা; অনুদ্যোগী
inactive; indifferent
- নিশ্চয়niścaẏaAdjective
ঠিক; যথাৰ্থ
certain