কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জোখৰjo’.khorProper Adj.
নিৰ্দ্দিষ্ট কামৰ বাবে লগা আকাৰৰ বা পাৰিমাণৰ, কমও নহয়, বেছিও নহয়
of the size or amount needed for the purpose, neither more nor less.
- জোঙাjoṅāAdjective
জোঙৰ নিচিনা চোকা আগ থকা
having a pointed end
- জোঙালjo`ngalProper Adj.
ধাৰাল আগ থকা
having a sharp pointed edge
- জোঙাল জোংAdjective
থকা; কৱদ.
- জোটাশলীয়াjo’.ta.xo.liyaVerbal Noun
1.ভৰি দুটা হাত আৰু মূৰৰ ওপৰলৈ কৰা৷ 2.(আলংকাৰিক ব্যৱহাৰ) কোনো বিষয়ে বা কাৰোবাৰ বিষয়ে হঠাতে আৰু অপ্ৰত্যাশিত ভাবে মতামত সম্পূৰ্ণ ওলোটা কৰা৷
1.a turn/leap in which a person turns upside down (i.e. the feet over the hands an head).2. (figurative use) a complete reversal of opinion over somebody or something.
- জোদাjodāAdjective
ভিন; বেলেগ
separate
- জোধাjodhāAdjective
ভিন; বেলেগ
separate
- জোনাকjonākaNoun
জোনৰ পোহৰ
moonshine
- জোনালীjonālīAdjective
জোনৰ পোহৰ বা আন ৰকমৰ দীপ্তিৰ দ্বাৰা প্ৰকাশিত; জোনাক
illuminared by the moon or other light
- জোপোহাjopohāAdjective
ডাল-পাতেৰে ভৰি থকা; সৰহ ডাল-পাত থকা
full of leaves and branches; bushy
- জোপোহা-জাতীয়Proper Adj.
ঘনকৈ হোৱা
growing thickly
- জোবানjobānaAdjective
ডেকা; যৌবন বয়স পোবা; . বি. ডেকা লোক; সৈন্য।
young
- জোৰদাৰjo`r.darProper Adj.
মাত্ৰাধিক্য ভাৱে থকা বা ঘটা
existing or occurring in a high or extreme degree
- জোৰবানjorabānaAdjective
বলবান
strong; vigorous
- জোৰা-জোখাjorā-jokhāAdjective
খাঁজে-খাপে খোবা; যেনে হ'ব লাগে তেনে; উচিত; উপযুক্ত
fitting; adequate; deserving
- জোৰালিjo`.ra.liProper Adj.
কম সময়তে বা মুহূৰ্ত্ততে কৰা; অতি বেগাই কৰা, চলা।
sth done or carried out in short time or immediately; acting, moving in high speed.
- জোৰালীjorālīAdjective
বেগ থকা; প্ৰবল স্ৰোত থকা
swift; rapid
- জোৰৱানjo`r.banProper Adj.
প্ৰবল ভৌতিক বা শাৰীৰিক শক্তি থকা
capable of exerting great physical force
- জৌ জৌবাAdjective
জৌ জৌ শব্দ কৰা; শুকাই গোট গোট হোবা
dry and loose (said of grains and powder)
- জৌজৌৱাjou.jou.waProper Adj.
শুকাই গোট গোট হোৱা
to accumulate in lumps after being dried