কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভয়াৰ্ত্তbhaẏārttaAdjective
ভয়ত আতুৰ বা কাতৰ; ভীত; ভয়াল
afraid; timid
- ভয়ে ভয়েbho.ye bho.yeVerbal Adj.
স(সৈতে) ভয়৷ ভয়ৰ সৈতে৷ ভয়ে ভয়ে৷
With a sence of fear.
- ভৰকালbharakālaAdjective
বাহিৰত জিলিকি থকা; ফৰকাল; ভালকৈ দেখিবলৈ পোবা; দেখা-দেখি; সঁচা
showy; clear; real
- ভৰকীয়াbharakīẏāAdjective
আনৰ মনত মূল্যবান বা ভাল বস্ত্ত বুলি বোধ জন্মোবা; ফুটনি মৰা
showy, vainglorious
- ভৰণNoun
ভৰা কাৰ্য্য
- ভৰপকbhor.pokProper Adj.
সম্পূৰ্ণকৈ বঢ়া বা পূৰাকৈ গঠন হোৱা
full grown, fully developed
- ভৰপূৰbharapūraAdjective
সম্পূৰ্ণৰূপে পূৰ; পৰিপূৰ্ণ; কোনো বিষয়ত কম নোহোবা
perfectly full; having no deficiency in any way
- ভৰযুক্তbhor.juk.toProper Adj.
আনুপাতিকভাৱে বেছি ওজন থকা ৷
Having relatively great weight.
- ভৰাAdjective
যেনে-"ভৰা কলহ; ধন ভৰা মানুহ।"
- ভৰিলৈকেbho.ri.loi.keVerbal Adj.
ভৰি পৰ্য্যন্ত (বিস্তৃত)
down to the legs
- ভৰুণbharuṇaAdjective
ভৰপূৰ; পৰিপূৰ্ণ; সকলো প্ৰকাৰে পূৰ বা ভৰাচ যেনে-"ভৰুণ ঘৰ বা গছ"
full of abundant in all respects
- ভৰ্তব্যbhartabyaAdjective
ভৰণ-পোষণ দিবৰ যোগ্য।
- ভৰ্তিbhartiNoun
স্কুল বা চাকৰিত সোমোবা কাৰ্য্য
admission to school or a post
- ভৰ্ত্তব্যbharttabyaAdjective
ভৰণ-পোষণ দিবৰ যোগ্য।
- ভৰ্ত্তিbharttiNoun
স্কুল বা চাকৰিত সোমোবা কাৰ্য্য
admission to school or a post
- ভৱকাৰbho.bo.karVerbal Adj.
ডাঢ়ি-চুলি বাঢ়ি ভোবোৰা হোৱা
full of long beards and hairs
- ভৱদীয়bho.wo.di.yoProper Adj.
সন্মান আৰু সম্ভ্ৰম সহকাৰে কথা কোৱা বা আচৰণ কৰা
speaking or behaving with respect and dignity
- ভৱিতব্যbho.bi.to.byoProper Adj.
আগলৈ হ’ব লগা
something that will happen at a later time and after the present time
- ভৱিষ্যতbho.wi.syotAbstract Noun
নিশ্চয়তাবিহীন আহিবলগীয়া সময় ৷
The indefinite time yet to come.
- ভৱিষ্যৎbho.wi.syotAbstract Noun
নিশ্চয়তাবিহীন আহিবলগীয়া সময় ৷
The indefinite time yet to come.