কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বাহ্যিকba.jjikProper Adj.
মূল বিষয় অথবা পৰিসৰৰ বাহিৰৰ|
Happening or arising or located outside or beyond some limits or especially surface.
- বাহ্ৰয়bāhraẏaAdjective
দ্বাদশ; যেনে-"সব বৱক্ষে বাহ্ৰয় মাসৰ ফল ধৰে" (মা. ক., অযোধ্যাকাণ্ড)।
- বাৎসৰিকbātsarikaAdjective
বাৰ্ষিক; বছৰে বছৰে হোবা বা দিব লগীয়া
yearly
- বাঢ়তিbāṛhatiNoun
বৱদ্ধি; অতিৰিক্ত
surplus
- বাঢ়নীbāṛhanīNoun
বাঁহৰ কাঠীৰে সজা ঠাই সৰা সঁজুলি
a broom
- বাঢ়নীয়াbāṛhanīẏāAdjective
বাঢ়ি অহা; উঠি অহা
rising (as water); growing
- বায়বbāẏabaAdjective
বায়ুৰপৰা উৎপন্ন
originating form air
- বায়বীয়Proper Adj.
আকাশ বা শূন্যত হোৱা বা বাস কৰা ৷
Existing or living or growing or operating in the air.
- বায়ব্যbayo.byoProper Adj.
বায়ু সম্বন্ধীয়; বতাহৰ পৰা উৎপন্ন হোৱা অথবা বতাহৰ দৰে পাতল ৷
Characterized by lightness and insubstantiality; as impalpable or intangible as air.
- বায়ু-ধাতুAdjective
প্ৰবল হোবা; বিকৱত বায়ুৰপৰা হোবা ৰোগে ধৰা
having a morbid state of the windy humour; hypochondriac
- বায়ুগ্ৰস্তAdjective
প্ৰবল হোবা; বিকৱত বায়ুৰপৰা হোবা ৰোগে ধৰা
having a morbid state of the windy humour; hypochondriac
- বায়ুনিক্ষিপ্তProper Adj.
বতাহৰ ক্ৰিয়াৰ সৈতে জড়িত
connected with or arising from the action of the wind.
- বায়ুবাAdjective
প্ৰবল হোবা; বিকৱত বায়ুৰপৰা হোবা ৰোগে ধৰা
having a morbid state of the windy humour; hypochondriac
- বায়ুমণ্ডলীয়ba.yu.mon.do.li.yoProper Adj.
বায়ুমণ্ডল সম্বন্ধীয় বা বায়ুমণ্ডলত থকা
pertaining to, existing in, or consisting of the atmosphere
- বায়ুমুক্তba.yu.muk.toProper Adj.
আংশিকভাবে বায়ু নথকা অৱস্থাৰ সৃষ্টি কৰা বা হোৱা (ফোপোলা বা গোটোং পাত্ৰৰ ক্ষেত্ৰত)
(of a hollow container) partly exhausted of gas or air
- বায়ুশূন্যba.yu.xu.nyoProper Adj.
আংশিকভাবে বায়ু নথকা অৱস্থাৰ সৃষ্টি কৰা বা হোৱা (ফোপোলা বা গোটোং পাত্ৰৰ ক্ষেত্ৰত)
(of a hollow container) partly exhausted of gas or air
- বায়ুহীনba.yu.hinProper Adj.
আংশিকভাবে বায়ু নথকা অৱস্থাৰ সৃষ্টি কৰা বা হোৱা (ফোপোলা বা গোটোং পাত্ৰৰ ক্ষেত্ৰত)
(of a hollow container) partly exhausted of gas or air
- বায়ুৰুদ্ধba.yu.rud.dhoProper Adj.
বতাহ ওলোৱা সোমোৱা কৰিব নোৱাৰাকৈ বন্ধ কৰা ঠাই।
sealed so that tight that air can not pass through.
- বায়ুৰোগগ্ৰস্তba.yu.ro`go.gros.toProper Adj.
মানসিক ৰোগত ভূগি অস্বাভাৱিক আচৰণ কৰা
Suffering from a mental disorder resulting in abnormal behavior
- বাৰকbārakaAdjective
বাধা দিওঁতা।