কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পুকীয়াpukīẏāAdjective
পোকে খোবা বা ধৰা
worm-eaten
- পুঙ্খানুপুঙ্খpung.kha.nu.pung.khoProper Adj.
ক্ষুদ্ৰ বস্তু বা অংশবিলাকো খুতি-নাতি মাৰি কৰা
Marked by thoroughness in treating small items or parts
- পুছাProper Adj.
পোহনীয়া বা মানুহে ঘৰত পালন কৰা (জীৱ-জন্তু)|
adapted to live in close association with human.
- পুঞ্জীকৃতpun.ji.kri.toVerbal Adj.
বহু সময় ধৰি থূপ খাই থকা
collected over a long time
- পুঞ্জীভূতVerbal Adj.
বহু সময় ধৰি থূপ খাই থকা
collected over a long time
- পুণ্যpuṇyaNoun
সজ কাম; সত্কৰ্ম্ম; ধৰ্ম্ম
a virtuous act
- পুণ্যকমলProper Adj.
কোনো ধৰ্মৰ নীতি অনুসৰণ কৰা
conforming to the laws of a faith or religion
- পুণ্যকালProper Adj.
ধৰ্মানুষ্ঠানৰ কাৰণে উপযোগী সময়
Suitable time for religious ceremonies
- পুণ্যবন্তAdjective
সজ কাম কৰা; ধাৰ্ম্মিক; পবিত্ৰ
righteous; virtuous
- পুণ্যবানAdjective
সজ কাম কৰা; ধাৰ্ম্মিক; পবিত্ৰ
righteous; virtuous
- পুণ্যৱন্তProper Adj.
কোনো ধৰ্মৰ নীতি অনুসৰণ কৰা
conforming to the laws of a faith or religion
- পুণ্যৱানpu.nyo.banProper Adj.
কোনো ধৰ্মৰ নীতি অনুসৰণ কৰা
conforming to the laws of a faith or religion
- পুতলেpu.to.leVerbal Adj.
in breadth, in width
- পুতৌলগাpu.tou.lo.gaProper Adj.
ক্ষুদ্ৰাকাৰ, নিকৃষ্ট গুণাগুণ, বেয়া অৱস্থা আদিৰ বাবে দুখ বা পুতৌ কৰিব লগীয়া
evoking or deserving contempt by smallness, poor quality, etc
- পুত্ৰ-বৎসলAdjective
পুতেকক চেনেহ কৰা; সন্তানক মৰম কৰা
affectionate to one's son or children
- পুথিগতpu.thi.go.toProper Adj.
কিতাপৰ সৈতে জড়িত বা সম্বন্ধ থকা, যেনেঃ পুথিগত বিদ্যা।
of or pertaining to books, e.g. bookish knowledge.
- পুদগলAbstract Noun
এজন ব্যক্তিৰ আধ্যাত্মিক সত্তা।
the spirititual element of a person.
- পুনঃপৌনিকpu.noh.pou.nikVerbal Adj.
বাৰে-বাৰে পুনৰাবৃত্তি হোৱা ধৰণৰ
pertaining to or characterized by repetition, i.e. doing or hapenning again and again
- পুনীতাProper Adj.
কোনো ধৰ্মৰ নীতি অনুসৰণ কৰা
conforming to the laws of a faith or religion
- পুনৰসংস্থাপিতpu.nor.xong.stha.pi.toProper Adj.
পূৰ্বতে ভোগ কৰা পদবী বা স্থানত পুনৰাই বহুওৱা
restored to a former position or rank