কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তান্ত্ৰিক বুদ্ধধৰ্মtan.trik bud.dho.dhor.moAbstract Noun
তিব্বতীয় বৌদ্ধ পৰম্পৰাৰ এটা উল্লেখযোগ্য ধাৰা৷
While Vajrayana Buddhism is a part of Tibetan Buddhism in that it forms a core part of every major Tibetan Buddhist school, it is not identical with it. Buddhist scholar Alexander Berzin refers to ``the Mahayana and Vajrayana traditions of Tibetan Buddhism``.
- তাপtāpaNoun
তপত গুণ
heat
- তাপ ভংগনtap bhong.gonAbstract Noun
উষ্ণতা, চাপ আৰু অনুঘটকৰ প্ৰভাৱত উচ্চ আনৱিক ভৰবিশিষ্ট হাইড্ৰকাৰ্বনৰ বিযোজন ঘটাই নিম্ন আনৱিক ভৰবিশিষ্ট হাইড্ৰকাৰ্বন প্ৰস্তুত কৰা প্ৰক্ৰিয়া৷
a thermochemical decomposition of organic material at elevated temperatures in presence of high pressure and suitable catalyst with no oxygen.
- তাপগতিবিজ্ঞানtap.go.ti.big.gyanAbstract Noun
ৰাসায়নিক বিক্ৰিয়াত ঘটা শক্তি (ঘাইকৈ তাপ শক্তি) ৰ পৰিৱৰ্তন সম্পৰ্কীয় বিজ্ঞান ৷
Branch of science deals with changes in energy (usually heat energy) that accompany physical or chemical changes in matter.
- তাপগতিবিজ্ঞানৰ শূন্যতম সূত্ৰNoun
তাপগতিবিজ্ঞানৰ শূন্যতম
তাপগতিবিজ্ঞানৰ শূন্যতম
- তাপজাৰণtap.ja.ronVerbal Noun
(ধাতুৰ উৎস আদি) জাৰণ কৰাৰ অৰ্থে বায়ুৰ উপস্থিতিত তপতোৱা কাৰ্য্য বা প্ৰণালী।
the act or the process of heating (ore or the like) in air in order to oxidize it (in metallurgy).
- তাপনtāpanaNoun
কামদেবৰ এপাত শৰ
an arrow Cupid
- তাপমাত্ৰাtap.ma.traAbstract Noun
মানুহৰ শৰীৰ বা কোনো পৰিবেশৰ তাপৰ (গৰম আৰু ঠাণ্ডাৰ) পৰিমাণ ৷
the degree of hotness or coldness of a body or environment.
- তাপমানtāpamānaNoun
উত্তাপৰ জোখ
temperature
- তাপমান যন্ত্ৰtap.man jon.troMaterial Noun
শৰীৰৰ তাপমাত্ৰা জোখা এবিধ যন্ত্ৰ ৷
An instrument for measuring temperature.
- তাপমান-যন্ত্ৰtāpamāna-yantraNoun
শৰীৰৰ তাপৰ মান (পৰিমাণ) লোবা যন্ত্ৰ
thermometer
- তাপসtāpasaNoun
তপস্বী।
- তাপস্যta.po.xyoAbstract Noun
সংসাৰৰ মায়া-মোহ ত্যাগ কৰা অৱস্থা
the state of abstaining of materislistic life
- তাপীয় ক্ষমতাta.pi.yo khyo.mo.taAbstract Noun
The amount of heat required to raise the temperature of one mole or one gram of a substance by one degree Celsius without change of phase
- তাপীয় বিকিৰণta.pi.yo bi.ki.ronAbstract Noun
আণৱিক কণাৰ তাপীয় গতিৰ বাবে চৰম শূন্য উষ্ণতাতকৈ অধিক উষ্ণতাত সকলো পদাৰ্থই বিকিৰিত কৰা বিদ্যুৎ-চুম্বকীয় ৰশ্মি
electromagnetic radiation emitted by all matter above a temperature of absolute zero because of the thermal motion of atomic particles
- তাপুংMaterial Noun
মিচিং জনগোষ্ঠীৰ লোকসকলে বজোৱা এবিধ বাঁহী
a flute of the people of the Mising community
- তাপ্তিtap.tiProper Noun
মধ্য ভাৰতৰ এখন ডাঙৰ নদী৷ বেতুল জিলাৰ মুলতাইৰ পৰা ওলাই মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ মাজেদি বৈ আৰব সাগৰত মিলিছে৷
Tapti Rive is a river in central India. It is one of the major rivers of peninsular India with a length of around 724 kilometres (450 mi)
- তাফতাtāphatāNoun
পাট কাপোৰ-বিশেষ।
- তাবtābaNoun
তাপ
heat
- তাবাtābāNoun
পিঠা আদি ভজা লোৰ কাণ-নাইকিয়া মেলাহি পাত্ৰ
an iron frying pan