কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘোঁৰা-পাটghom̐rā-pāṭaNoun
অসমীয়া কুঁহিয়াৰ-শালৰ এক অঙ্গ; দুই মূৰে খৰমৰ নিচিনা খুৰা থকা দুচটা ডাঠ কাঠ
a component part of an Assamese sugar-cane mill
- ঘোঁৰা-বাগৰNoun
নিচেই অলপ সময় ঢাৰি-পাটীত পৰি জিৰণি লোবা কাৰ্য্য
a short rest taken by lying down
- ঘোঁৰা-বৰুবাNoun
আহোম ৰজাৰ দিনৰ বনুবা আৰু ৰজাঘৰীয়া ঘোঁৰা-শাল তত্ত্বাবধান কৰা বিষয়া
a head groom or officer of the royal stable and household
- ঘোঁৰা-শলখাNoun
ডিঙি উখহি উশাহ ল'ব নোবৰাকৈ শাল মাৰি ধৰা বেমাৰ; টেঁটুবা
anthrax
- ঘোঁৰা-শিঙৰ কঁৰিয়াNoun
অপ্ৰাপ্য বা অসম্ভব বস্ত্ত
an absurdity; an impossibility
- ঘোঁৰাকণীgho`~.ra.ko.niAbstract Noun
ঘোঁৰাৰ কণী৷ অলিক কল্পনাৰ বস্তু৷
something imaginary
- ঘোঁৰাগাড়ীgho’~.ra.ga.riMaterial Noun
ঘোঁৰাৰ সহায়ত চলোৱা এবিধ গাড়ী।
A wheeled vehicle drawn by horses.
- ঘোঁৰাচালকCommon Noun
A skilled rider on horseback
- ঘোঁৰাচোবাNoun
ঘোঁৰা ৰখা মানুহ; যি ঘোঁৰাৰ তত্ত্বাবধান কৰে
a groom; one in charge of a horse
- ঘোঁৰাচৱাৰীgho’~.ra.so.wa.riCommon Noun
A skilled rider on horseback
- ঘোঁৰাছবাৰীNoun
অশ্বাৰোহী।
- ঘোঁৰাদৌৰgho’~.ra.dourAbstract Noun
বাজি ৰাখি ঘোঁৰা চেঁকুৰোৱা এবিধ খেল।
A contest of speed between horses; usually held for the purpose of betting.
- ঘোঁৰাবাগীgho`~.ra.ba.giMaterial Noun
ঘোঁৰাৰ সহায়ত চলোৱা এবিধ গাড়ী।
A wheeled vehicle drawn by horses.
- ঘোঁৰাবাগৰgho’~.ra.ba.gorAbstract Noun
অলপ অলপকৈ ধৰা টোপনি ৷
A light fitful and short sleep.
- ঘোঁৰাশালgho’~.ra.xalMaterial Noun
ঘোঁৰা ৰখা ঘৰ
a shed or house to keep the hourse
- ঘোঁৰাৰ নালgho`~rar nalAbstract Noun
U shaped iron shoe fixed on hoof of horse
- ঘোংghomNoun
বাঘ জাতিৰ এবিধ জন্ত্ত [ইয়াৰ গঢ় আৰু স্বভাব ঠিক নাহৰফুটুকী বাঘৰ নিচিনা কিন্ত্ত বৰণ একেবাৰে ক'লা।]
the balck leopard; Felis nebulosa
- ঘোকোচghokocaNoun
ঠেহ।
- ঘোকোটাghokoṭāNoun
আঙুলি বা মাৰিৰে মৰা ঠেলা বা খুন্দা
a thrust made with a finger or stick
- ঘোঙ্ghoṅNoun
বাঘ জাতিৰ এবিধ জন্ত্ত [ইয়াৰ গঢ় আৰু স্বভাব ঠিক নাহৰফুটুকী বাঘৰ নিচিনা কিন্ত্ত বৰণ একেবাৰে ক'লা।]
the balck leopard; Felis nebulosa