কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভৌমbhaumaAdjective
ভূ বা মাটি-সম্বন্ধীয়।
- ভ্ৰংশিতbhrong.xi.toVerbal Adj.
কোনো কাৰণত ধ্বংস, নষ্ট বা নিৰ্মূল হোৱা।
rendered useless by breaking or destroying by any means.
- ভ্ৰমণশীলbhro.mon.xilProper Adj.
একে ঠাইতে স্থিতি লৈ নথকা বা সহজে ঘূৰাই লৈ ফুৰাব পৰা।
Capable of being moved, not fixed in place or condition, movable.
- ভ্ৰমযুক্তbhrom.juk.toProper Adj.
Perplexed by many conflicting situations or statements; filled with bewilderment.
- ভ্ৰমশূন্যbhrom.xu.nyoProper Adj.
Clearly revealed to the mind or the senses or judgment; free from illusion or error.
- ভ্ৰমাত্মকbhro.mat.mokProper Adj.
ভুল-ভ্ৰান্তিৰ ফলত অথবা ভুল-ভ্ৰান্তি থকা কোনো তথ্য বা কৰ্ম ৷
Containing or characterized by error and mistakes.
- ভ্ৰষ্টbhraṣṭaAdjective
তললৈ নমা; পতিত হোবা; জাতি বা ধৰ্ম্ম নষ্ট হোবা
fallen; degraded; fallen from one's caste or religion
- ভ্ৰষ্টাচাৰীAdjective
অনাচাৰী; ধৰ্ম্ম বা জাতৰ নিয়ম এৰা
violating rules of caste or religion
- ভ্ৰাতৃতুল্যbhrat.ri.tul.yoProper Adj.
নিজৰ ভাইৰ সমান ৷
loved or as close in relationship as one’s brother
- ভ্ৰাতৃপ্ৰতিমbhrat.ri.pro’’.timProper Adj.
নিজৰ ভাইৰ সমান ৷
loved or as close in relationship as one’s brother
- ভ্ৰাতৃবৎbhrat.ri.botProper Adj.
নিজৰ ভাইৰ সমান ৷
loved or as close in relationship as one’s brother
- ভ্ৰাতৃবৎসলbhat.ri.bot.solProper Adj.
ভ্ৰাতৃবৎসল মানে ভ্ৰাতৃৰ প্ৰতি অতিশয় মৰম-স্নেহ থকা৷
Having lots of love and affection to one`s brother.
- ভ্ৰাতৃসমbhrat.ri.xo.moProper Adj.
নিজৰ ভাইৰ সমান ৷
loved or as close in relationship as one’s brother
- ভ্ৰাতৃসুলভbha.tri.xu.lobhProper Adj.
ককাই-ভাইৰ মাজত বা সদৃশ ৰুচি, চিন্তাধাৰাৰ লোকৰ মাজত হোৱা বা থকা সম্পৰ্কৰ সৈতে জড়িত
connected with the relationship that exists between brothers or people sharing similar ideas and intrests
- ভ্ৰাতৃস্থানীয়bhrat.ri.stha.ni.yoProper Adj.
নিজৰ ভাইৰ সমান ৷
loved or as close in relationship as one’s brother
- ভ্ৰান্তbhrāntaAdjective
বিস্মৱত; পাহৰা; ভ্ৰম-যুক্ত; eng >blundering/eng>
- ভ্ৰান্তিজনকbhran.ti.jo.nokProper Adj.
ভুল-ভ্ৰান্তিৰ ফলত অথবা ভুল-ভ্ৰান্তি থকা কোনো তথ্য বা কৰ্ম ৷
Containing or characterized by error and mistakes.
- ভ্ৰান্তিপূৰ্ণbhran.ti.pur.noProper Adj.
ভুল-ভ্ৰান্তিৰ ফলত অথবা ভুল-ভ্ৰান্তি থকা কোনো তথ্য বা কৰ্ম ৷
Containing or characterized by error and mistakes.
- ভ্ৰান্তিমানbhran.ti.manProper Adj.
ভুল-ভ্ৰান্তিৰ ফলত অথবা ভুল-ভ্ৰান্তি থকা কোনো তথ্য বা কৰ্ম ৷
Containing or characterized by error and mistakes.
- ভ্ৰান্তিমূলকbhran.ti.mu.lokProper Adj.
ভুল-ভ্ৰান্তিৰ ফলত অথবা ভুল-ভ্ৰান্তি থকা কোনো তথ্য বা কৰ্ম ৷
Containing or characterized by error and mistakes.