কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিচনbi.sonVerbal Noun
বিচনীৰে বা দিয়া কাৰ্য্য।
the act of moving air with a hand-fan.
- বিচলনVerbal Noun
সাম্য অথবা সাধাৰণ অৱস্থাৰ পৰা সলনি হোৱা |
A variation that deviates from the standard or norm.
- বিচলিত কৰ্bi.so.li.to korVerb-Trans.
ইচ্ছা বা আশা পূৰণ কৰাত ব্যৰ্থ হ
Fail to fulfil the desire or expectation of
- বিচলিত হbi.so.li.to hoVerb-Trans.
To go away from designated path.
- বিচাৰbicāraNoun
অনুসন্ধান
search
- বিচাৰ কৰ্bi.sar korVerb-Trans.
কোনো কাম বা কৰোবাক ভুল নে শুদ্ধ নিৰ্ধাৰণ কৰা
to evaluate who is right or wrong
- বিচাৰ-খোঁচাৰ কৰ্bi.sar-kho~.sar korVerb-Trans.
কিবা বস্তু বা তথ্য বিচাৰ্
To look for something
- বিচাৰ-বিবেচনা কৰ্bi.sar-bi.be.so.na korVerb-Trans.
কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ অৰ্থে সতৰ্কতাৰে চিন্তা কৰা
to think carefully about, esp. in order to make a decision
- বিচাৰাত্মকVerbal Adj.
সমালোচনাৰ বা সমালোচকৰ, বা তাৰ সৈতে জড়িত
of or pertaining to critics or criticism
- বিচাৰোপযোগীbi.sa.ro`.po.jo`.giVerbal Adj.
বিচাৰ কৰিব লগীয়া।
fit to be investigated or searched.
- বিচাৰ্Verb-Trans.
কিবা বস্তু বা তথ্য বিচাৰ্
To look for something
- বিচাৰ্যbi.sar.joVerbal Adj.
বিচাৰ কৰিব লগীয়া।
fit to be investigated or searched.
- বিচুৰ্ত্তি খাbi.sur.ti khaVerb-Intran.
হঠাতে অতি আশ্চৰ্য্য-চকিত হোৱা
fill with wonder, strike with sudden and usually great wonder or surprise
- বিচূৰ্ত্তি হbi.sur.ti hoVerb-Intran.
সময়, স্থান বা ব্যক্তি সাপেক্ষে খেলি-মেলি লাগ৷
Become impaired orientation with respect to time, place, or person; a disturbed mental state
- বিচোহbi.so`hVerbal Noun
পৰস্পৰৰ মাজত সম্বন্ধ এৰি আঁতৰি যোৱা |
Sorting one thing from others.
- বিচ্ছিন্ন কৰ্bis.sin.no korVerb-Trans.
make a person feel that she/he does not belong in a place or society, cause a person to become unfriendly
- বিচ্ছিন্ন হbis.sin.no hoVerb-Trans.
কোনো মানুহ,বস্তু আদি এটাৰ পৰা আনটো নিলগাই ৰখা আৰু ভিন্ন ব্যৱহাৰ কৰা
to isolate, keep some people or something separately from other and treat them differently
- বিচ্ছিন্নকৰণbis.sin.no.ko.ronVerbal Noun
কিহবা বা কাৰোবাৰ পৰা আঁতৰি অহা বা নিলগাই ৰখা কাৰ্য্য।
the act of alienating, i.e. keeping or parting away from someone or something.
- বিচ্যুতিbi.syutiVerbal Noun
সাম্য অথবা সাধাৰণ অৱস্থাৰ পৰা সলনি হোৱা |
A variation that deviates from the standard or norm.
- বিচৰণ কৰ্bi.so.ron korVerb-Trans.
ইঠাৰ পৰা আন ঠাইলৈ যা, ঘূৰি থাক্৷
to move from place to place continuously.