কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বাদামীAdjective
বাদামৰ বৰণীয়া
almond coloured; whitish brown
- বাদুবাbādubāAdjective
পৰস্ত্ৰীৰ সৈতে বদনামী।
- বাধাগ্ৰস্তba.dha.pros.toProper Adj.
কাম কৰিবলৈ বা কিবা হোৱাত বাধা প্ৰদান কৰা কাৰ্য৷
Shut off to passage or view ; hindered from action
- বাধাপ্ৰাপ্তba.dha.prap.toProper Adj.
কাম কৰিবলৈ বা কিবা হোৱাত বাধা প্ৰদান কৰা কাৰ্য৷
Shut off to passage or view ; hindered from action
- বাধাহীনba.dha.hinProper Adj.
(দাসত্বত বন্দী নোহোৱা এজন ব্যক্তিয়ে) ব্যক্তিগত অধিকাৰ আৰু স্বাধীনতা উপভোগ কৰি থকা
enjoying personal rights or liberty, as a person who is not in slavery
- বাধিতAdjective
উপকাৰৰ দ্বাৰায় বন্ধা; অনুগৱহীত
obliged
- বাধ্যbādhyaAdjective
আজ্ঞানুবৰ্ত্তী; আজ্ঞা অনুসৰি চলা
obedient
- বাধ্যতামূলকAdjective
নিজৰ ইচ্ছা নেথাকিলেও বাধ্য হৈ কৰিব লগা
compulsory
- বান পীড়িতban pi.ri.toProper Adj.
বানপানীৰ ফলত যাৰ ঘৰ-বাৰী নষ্ট হৈছে।
Someone who has been effected by flood.
- বান বিধ্বস্তban bi.dhwos.toProper Adj.
বানপানীৰ ফলত যাৰ ঘৰ-বাৰী নষ্ট হৈছে।
Someone who has been effected by flood.
- বান-আক্ৰান্তban-a.kran.toProper Adj.
বানপানীৰ ফলত যাৰ ঘৰ-বাৰী নষ্ট হৈছে।
Someone who has been effected by flood.
- বানতীয়াbānatīẏāAdjective
জলাতক; বান-পানীয়ে তল নিওবা; মাজে সময়ে পানীয়ে বুৰোবা
occassionally flooded
- বানাক্ৰান্তba.na.kran.toProper Adj.
বানপানীৰ ফলত যাৰ ঘৰ-বাৰী নষ্ট হৈছে।
Someone who has been effected by flood.
- বানেগৰকাba.ne.go.ro.kaProper Adj.
বানপানীৰ ফলত যাৰ ঘৰ-বাৰী নষ্ট হৈছে।
Someone who has been effected by flood.
- বানেধোৱাba.ne.dho`.waProper Adj.
বানপানীৰ ফলত যাৰ ঘৰ-বাৰী নষ্ট হৈছে।
Someone who has been effected by flood.
- বান্ধ-কেৰেপbandh-ke.repProper Adj.
অৰ্থকে মূল উদ্দেশ্য বুলি ভবা আৰু অৰ্থ ব্যয় কৰিবলৈ টান পোৱা ব্যক্তি
a person whose aim is to save money and who finds it hard to spend money
- বান্ধকানিbāndhakāniAdjective
কৰাইচ; কিৰ্পিণ
miserly
- বান্ধত বগৰাbāndhata, bagarāAdjective
আনৰ প্ৰতি যিমান টান ব্যবহাৰ কৰে, নিজেও তেনে টান ব্যবহাৰ সহিব পৰা।
- বাপতিba.po.tiProper Adj.
পিতা-পিতামহৰ পৰা পোৱা অথবা তেওঁলোকৰ সমন্ধীয়
obtaining from or related to one's forefathers
- বাপতীয়াbāpatīẏāAdjective
বাপেকে অৰ্জা; পৈতৱক; বোপা-ককাৰ
ancestral; paternal