কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বদলbadalaNoun
সলনি; এটাৰ ঠাইত অইন এটা
exchange
- বদলাবদলিbo.do.la.bo.do.liAbstract Noun
এটাক আনটোৰে বদলি কৰা কাৰ্য্য।
the act of changing one item with another.
- বদলিbadaliNoun
সলনি; এটাৰ ঠাইত অইন এটা
exchange
- বদহজমbod.ho.jomAbstract Noun
Difficulty in digesting food
- বদা-ৰোগbadā-rogaNoun
কুষ্ঠ-ৰোগ
leprosy
- বদান্যতাbo.da.nyo.taAbstract Noun
দুখীয়াৰ প্ৰতি সহায় বা সাহায্যৰ ব্যৱস্থা; আৰ্তজনলৈ আগবঢ়োৱা সহায়; আৰ্তজনক সহায় কৰাৰ বাবে স্থাপিত কোনো প্ৰতিষ্ঠান, সংস্থা বা পূঁজি; আনৰ প্ৰতি বা মানৱতাৰ হকে দেখুওৱা উদাৰতা।
Provision of help or relief to the poor; .Something given to help the needy; alms.An institution, organization, or fund established to help the needy.Benevolence or generosity toward others or toward humanity.Indulgence or forbearance in judging others.
- বদাৰোগbo.da.ro`gAbstract Noun
মাইক`বেক্টেৰিয়াম লেপ্ৰি নামৰ বেক্টেৰিয়াৰ দ্বাৰা সৃষ্ট এবিধ জীৱাণুজনিত ৰোগ। ই স্নায়বিক তন্ত্ৰ আৰু ছালক সংক্ৰমিত কৰে।
an infectious disease caused by Mycobacterium leprae. It affects the nervous system and skin.
- বদিয়াৰbadiẏāraNoun
কণী খুন্দি গৰুক নপুংসক কৰা মানুহ
one who castrates animals
- বদীয়াbadīẏāAdjective
বাদ উঠা; দোষত পৰা
accused; guilty of improper sexual intercourse
- বদ্জাতNoun
বেয়া বা হীন জাত
low birth or origin
- বদ্ধাঞ্জলিbod.dhan.jo.liAbstract Noun
ভাৰতীয় ৰীতি অনুসৰি দুয়োখন হাত লগ-লগাই মূৰ দোঁৱাই কৰা সম্ভ্ৰম| সাধাৰণতে নিজতকৈ বয়সত ডাঙৰ বা সন্মানীয় মানুহৰ ক্ষেত্ৰত প্ৰণাম ব্যৱহাৰ কৰা হয়|
Indian greeting gesture consisting of a small bow while holding the palms together raised before the body.
- বদ্ৰীনাথbo.dri.nathProper Noun
হিন্দু ৰ্ধম্মাৱলম্বীৰ এখন ৰ্তীথস্হান ৷ উত্তৰাঞ্চল প্ৰদেশত সাগৰ পৃস্ঠৰ পৰা ৩১৩৩ মিটাৰ উচ্চতাত হিমালয়ৰ ৰ্পব্বতৰ ওপৰত অৱস্হিত ৷বিশ্বাস ইয়াতেই বেদব্যাসে মহাভাৰত ৰচিছিল। শংকৰদেৱৰ প্ৰথম বৰগীত ইয়াত ৰচিত হৈছিল।
A holly place of Hindu. Which is situated in the northern part of Uttaranchal Pradesh at a height of 3133mt from sea level.
- বদৰপুৰProper Noun
অসমৰ হাইলাকান্দি জিলাৰ সদৰ ঠাই৷
District head quater of Hailakandi district of Asam
- বদৰিকা আশ্ৰমbo.do.ri.ka as.romProper Noun
হিন্দু ৰ্ধম্মাৱলম্বীৰ এখন ৰ্তীথস্হান ৷ উত্তৰাঞ্চল প্ৰদেশত সাগৰ পৃস্ঠৰ পৰা ৩১৩৩ মিটাৰ উচ্চতাত হিমালয়ৰ ৰ্পব্বতৰ ওপৰত অৱস্হিত ৷বিশ্বাস ইয়াতেই বেদব্যাসে মহাভাৰত ৰচিছিল। শংকৰদেৱৰ প্ৰথম বৰগীত ইয়াত ৰচিত হৈছিল।
A holly place of Hindu. Which is situated in the northern part of Uttaranchal Pradesh at a height of 3133mt from sea level.
- বদৰিকাশ্ৰমbo.do``.ri.ka.sromProper Noun
হিন্দু ৰ্ধম্মাৱলম্বীৰ এখন ৰ্তীথস্হান ৷ উত্তৰাঞ্চল প্ৰদেশত সাগৰ পৃস্ঠৰ পৰা ৩১৩৩ মিটাৰ উচ্চতাত হিমালয়ৰ ৰ্পব্বতৰ ওপৰত অৱস্হিত ৷বিশ্বাস ইয়াতেই বেদব্যাসে মহাভাৰত ৰচিছিল। শংকৰদেৱৰ প্ৰথম বৰগীত ইয়াত ৰচিত হৈছিল।
A holly place of Hindu. Which is situated in the northern part of Uttaranchal Pradesh at a height of 3133mt from sea level.
- বদৰীbadarīNoun
বগৰী; যেনে-"হৱদয়ত বাঢ়ে স্তন বদৰী-প্ৰমাণ" (ৰুক্মিণী-হৰণ)।
- বধbodhVerbal Noun
কাৰোবাৰ দ্বাৰা জীৱন নাশ কৰা কাৰ্য্য ৷
The act of terminating a life forcefully by someone.
- বধকাৰীbodh.ka.riCommon Noun
ইচ্ছাকৃত আৰু বেআইনী ভাৱে আনৰ মৃত্যু ঘটোৱা লোক।
One who intentionally and unlawfully kills another human being.
- বধিৰতাAbstract Noun
কাণেৰে নুশুনা অৱস্থা
The inability to sense sound through the ears.
- বধীbo.dhiCommon Noun
ইচ্ছাকৃত আৰু বেআইনী ভাৱে আনৰ মৃত্যু ঘটোৱা লোক।
One who intentionally and unlawfully kills another human being.