কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পাৰ্ব্বত্যpārbbatyaAdjective
পৰ্ব্বতীয়া।
- পাৰ্শ্বস্হAdjective
দাঁতিত বা ওচৰত থকা
existing near or close
- পাৰ্শ্বীয়par.si.yoProper Adj.
কাষ বা দাঁতিত অৱস্থিত, দাঁতিৰ পৰা ওলোৱা বা কাষৰ ফালে মুখ কৰা
of or pertaining to the side; situated at, proceeding from, or directed to a side
- পাৰ্শ্বৱৰ্তীpar.swo.wor.tiProper Adj.
Situated at a short distance.
- পাৱনpa.wonVerbal Adj.
যি আনক পৱিত্ৰ কৰে
one who purifies others
- পিঙ্গটpiṅgaṭaAdjective
পিঙ্গল বৰণীয়া; পিঙ্গলীয়া
reddish-brown
- পিঙ্গটীয়াpiṅgaṭīẏāAdjective
পিঙ্গল বৰণীয়া; পিঙ্গলীয়া
reddish-brown
- পিচ-পৰাpis-po.raProper Adj.
শিক্ষা-দীক্ষা আৰু আৰ্থিকভাৱে পিচপৰি থকা |
Having made less than normal progress both economically and literally.
- পিচলpi.solVerb-Intran.
খোপনি হেৰুৱাই বাগৰি পৰ্
move smoothly, move obliquely or sideways, usually in an uncontrolled manner
- পিচলাProper Adj.
খহটা নোহোৱা বা খোপনি নোৰোৱা
tending to cause things to slip or slide
- পিচ্কাৰীpickārīAdjective
চেৰেকা
a syringe
- পিছpichaNoun
পাছফাল
the backside; place which is behind
- পিছলpichalaAdjective
বীজলীয়া; খহটা নোহোবা; খোপনি নোৰোবা
slippery
- পিছলৈ
হোঁহকা
falling back
- পিছৰpi.sorProper Adj.
কোনো নিৰ্দ্দিষ্ট সময়ৰ পাছত অহা বা থকা
coming or existing after or later in time
- পিছৰটোpi.sor.to`Proper Adj.
কোনো নিৰ্দ্দিষ্ট সময়ৰ পাছত অহা বা থকা
coming or existing after or later in time
- পিঞ্জৰাৱদ্ধpin.jo.ra.bod.dhoVerbal Adj.
সঁজাত বন্দী বা সঁজাৰ ভিতৰত আৱদ্ধ কৰি ৰখা
kept or caught in a trap or cage
- পিত নাইকীয়াProper Adj.
সহজে ভয়খোৱা, সাহপিত নথকা
lacking courage in facing danger, difficulty, opposition, pain, etc
- পিতমৰাpit.mo.raProper Adj.
সহজে ভয়খোৱা, সাহপিত নথকা
lacking courage in facing danger, difficulty, opposition, pain, etc
- পিতল চকুpi.tol so.kuProper Adj.
দেখাত পিতল বৰণীয়া হোৱা চকুৰ মণি ৷
The eye that having brown pigmented iris.