কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বায়ঙেAdverb
বেলেগ
separately
- বায়ঙ্গেbayong.geAdverb
Distinctly different parts or units
- বায়ঙ্গে বায়ঙ্গেba.yong.ge ba.yong.geAdverb
Distinctly different parts or units
- বায়ু এৰ্ba.yu erVerb-Intran.
গুহ্যদ্বাৰেদি দুৰ্গন্ধময় বায়ু উলিওয়া
To emit smelly wind from anus
- বায়ু সঞ্চালনba.yu xon.sa.lonVerbal Noun
মুক্ত বতাহ চলাচল আৰু যোগান ধৰা কাৰ্য |
the act of supplying and circulation of fresh air.
- বায়ুচলনba.yu.so.lonVerbal Noun
মুক্ত বতাহ চলাচল আৰু যোগান ধৰা কাৰ্য |
the act of supplying and circulation of fresh air.
- বায়ুবেগেAdverb
বায়ুৰ নিচিনা বেগেৰে; অতি বেগেৰে; অতি শীঘ্ৰে
very swiftly
- বাৰ কৰ্bāra, karIntransitive verb
ভয় কৰ্; যেনে-"সি কাকো বাৰ নকৰে"
to mind; to regard
- বাৰংবাৰAdverb
এবাৰৰ পাছত এবাৰকৈ বহুবাৰ।
characterized by repeated occurances.
- বাৰণ কৰ্ba.ron korVerb-Trans.
বিৰোধিতা কৰ্ বা বাধা দিবলৈ চেষ্টা কৰ্
to make a stand or make efforts in opposition
- বাৰম্বাৰbārambāraAdverb
বাৰে বাৰে; ঘনে ঘনে
repeatedly
- বাৰী ফুৰ্bārī, phurIntransitive verb
পখাল ফুৰ্; মুকলি ফুৰ্; শৌচ কৰিবলৈ বাহিৰলৈ যা
to go out satisfy a call of nature
- বাৰুকৈAdverb
ভালকৈ, বেছিকৈ।
- বাৰুকৈয়েba.ru.koi.yeAdverb
যথেষ্ট পৰিমাণে
in appropriate or suitable quantity
- বাৰে বাৰেbāre, bāreAdverb
বাৰম্বাৰ; বাৰেপতি
repeatedly
- বাৰে-বাৰেba.re-ba.reAdverb
এবাৰৰ পাছত এবাৰকৈ বহুবাৰ।
characterized by repeated occurances.
- বাৰেওকালAdverb
বহুৰ জুৰি; সদায়
always
- বাৰেওকালিAdverb
বহুৰ জুৰি; সদায়
always
- বাৰেওটি-কালba.reo`.ti-kalAdverb
সকলো সময়তে; যিকোনো সময়তে আৰু প্ৰতিটো ক্ষণতে
At all times; all the time and on every occasion.
- বাৰেওতিকালAdverb
বহুৰ জুৰি; সদায়
always