কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পাৰমাৰ্থিকAdjective
পৰমাৰ্থ বিচৰা; ঈশ্বৰ-পৰায়ণ
holy; devoted to spiritual truth
- পাৰমাৰ্থিকpāramārthikaAdjective
পৰমাৰ্থ-সম্পৰ্কীয়।
- পাৰম্পৰিকpa.rom.po.rikProper Adj.
পূৰ্ব্বৰপৰা চলিত ৰীতি-নীতি, বিশ্বাস আদি ৷
Pertaining to time-honoured orthodox doctrines.
- পাৰলৌকিকAdjective
পৰলোক-সম্বন্ধীয়
relating to the other world
- পাৰলৌকিকpāralaukikaAdjective
পৰলোক-সম্পৰ্কীয়।
- পাৰস্পৰিকpa.ros.po.rikProper Adj.
dependent on each other
- পাৰস্যpa.ro.syoProper Adj.
পাৰ্চী, পাৰস্য বা বৰ্তমানৰ ইৰাণ দেশৰ সৈতে সম্পৰ্ক থকা।
Related to/pertaining to Persi or the present day Iran.
- পাৰি-দিয়াAdjective
দাঁতিত ফুল বচা বা লগোবা
having ornamental or embroidered borders
- পাৰিপন্থিকpa.ri.pon.thikCommon Noun
a person who is hostile to another person or a country
- পাৰিপাৰ্শ্বিকpāripārśbikaAdjective
চাৰিওফালৰ; দাঁতি-কাম-সম্বন্ধীয়।
- পাৰিবাৰিকpa.ri.ba.rikProper Adj.
এটা প্ৰজন্মৰ পৰা তাৰ পিছৰ প্ৰজন্মলৈ যাব বা বিয়পিব পৰা।
Able to be passed down genetically from one generation to another.
- পাৰিভাষিকpāribhāṣikaAdjective
বিশেষ বিদ্যা বা ব্যবসায়ৰ ভাষাত ব্যবহৱত
technical; regarding terminology
- পাৰিষদীAdjective
পাৰিষদৰ; যেনে-"পাইবি মোৰ পাৰিষদী তনু শ্ৰেষ্ঠতৰ" (ৰত্মাবলী)।
- পাৰিসাংখ্যিকpa.ri.xang.khyikProper Adj.
পৰিসংখ্যা বিষয়ক বা পৰিসংখ্যা সম্বন্ধীয়।
of or pertaining to statistics.
- পাৰিস্থিতিকpa.ri.sthi.tikProper Adj.
পৰিস্থিতি বা পাৰিপাৰ্শ্বিকতা সম্বন্ধীয়, অৰ্থাৎ জীৱ আৰু ইহঁতৰ চাৰিওফালৰ পৰিৱেশৰ মাজৰ সম্পৰ্ক সম্বন্ধীয়
of or pertaining to ecology, i.e. the relationship between organisms and their environments
- পাৰিৱেশিকProper Adj.
চাৰিওকাষৰ এলেকা বা পৰিৱেশৰ বা তাৰ সৈতে সম্পৰ্কীয়
of the surrounding area or environment
- পাৰ্থক্যpārthakyaAdjective
পৱথক অবস্হা; প্ৰভেদ; বিভিন্নতা
difference; distinction
- পাৰ্থিবpārthibaAdjective
পৱথিবী-সম্পৰ্কীয়; পৱথিবীত হোবা; সংসাৰৰ
earthly
- পাৰ্থিৱpar.thibProper Adj.
পৃথিৱীত থকা অথবা তাৰ সংলগ্ন বস্তু যিবোৰ চিৰস্থায়ী নহয় ৷
Characteristic of or devoted to the temporary world as opposed to the spiritual world.
- পাৰ্বত্যpārbatyaAdjective
পৰ্ব্বতীয়া।