কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিঠniṭhaAdjective
ঠিক; নিশ্চয়
certain
- নিঠুৰni.thurProper Adj.
দুখ বা কষ্ট দিয়া।
inflicting pain or suffering.
- নিঠৰুniṭharuAdjective
ঠাৰি ছিগা
destitute of peduncle
- নিঠৰুবাniṭharubāAdjective
ঠাৰি ছিগা
destitute of peduncle
- নিঠৰুৱাni.tho.ru.waProper Adj.
ৰক্ষা বা সহায়ৰ আশা নোহোৱা হৈ যোৱা |
Lacking help or protection, having no way.
- নিঢলীয়াniḍhalīẏāAdjective
পোনেই মূৰৰ ওপৰত পৰা; এঢলীয়া নোহোবা; থিয়; বৰ টান বা চোকা (ৰ'দ)
falling direct on the head; very hot (said of sunshine)
- নিতম্তমাnitamtamāAdjective
শুদা; একেবাৰেই হাতখালি (টকা-পইচাত)
penniless
- নিতান্তnitāntaAdjective
অতিশয়; একান্ত; যেনে-"নিতান্ত আবশ্যক"; . ক্ৰি. বিণ. একান্তভাবে; যেনে-"নিতান্ত আসিয়া কৱষ্ণক দেখিয়া মনে মিলে মহাসুখ" (দশম)
very much; indispensable ; devoutly; intently
- নিতালni.talProper Adj.
মাত বা কোলাহল নথকা
absence of noise/voice
- নিত্যnityaAdjective
সদায় থকা
eternal; existing always
- নিত্য-নতুনProper Adj.
বাকীবোৰতকৈ পিছত তৈয়াৰ কৰা বা ওলোৱা; আগতে কেতিয়াও নোহোৱা৷
built, created or appeared after all others; not built, created or appeared before.
- নিত্য-নৈমিত্তিকnitya-naimittikaAdjective
দৈনিক কৰণীয় আৰু বিশেষ উদ্দেশ্যত কৰণীয়।
- নিত্যক্ৰমিকAdjective
দিনৌ কৰিব লগীয়া কাম- সম্পৰ্কীয়; দৈনিক কাৰ্য্য-তালিকা-বিষয়ক
routine work
- নিত্যমুক্তAdjective
সদায় মুক্ত (ভগবান); যেনে-"নিত্যমুক্ত পদে মঞি জড় বৰ্গক অতিক্ৰমো"। (ক. গী.) বিণ. নিত্য-যৌবনা অনন্ত-যৌবনা; সদায় ডেকেৰী হৈ থকা (তিৰোতা)
ever-young
- নিত্যানন্দAdjective
সদায় আনন্দত থকা; আনন্দময়
always joyful
- নিথৰnitharaAdjective
নিস্তব্ধ; লৰ-চৰ নকৰাকৈ থকা
silent; motionless
- নিথৰ-থৰnithara-tharaAdjective
নিস্তব্ধ।
- নিদাৰুণnidāruṇaAdjective
দয়াহীন; নিমৰমিয়াল; নিষ্ঠুৰ
cruel
- নিদিয়াVerbal Adj.
আনুষ্ঠানিকভাৱে বা প্ৰকৃতৰূপে দান নকৰা
not formally given or not properly bestowed
- নিদ্ধাৰিত পাঠ্যpa.thyoVerbal Adj.
পঢ়িব লগীয়া বা পঢ়িবলৈ নিৰ্দ্ধাৰিত কৰি দিয়া (কিতাপ)।
fit to be read or prescribed (as a text-book).