কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জাৰিjāriAdjective
প্ৰচাৰ হোবা; জাহিৰ
promulgated; made public
- জাৰীjārīAdjective
প্ৰচাৰ হোবা; জাহিৰ
promulgated; made public
- জাৰুবাAdjective
জাৰ গুচাবলৈ ব্যবহাৰ কৰা; যেনে -"জাৰ কাপোৰ"
warm or used in winter
- জাৰুবাjārubāAdjective
জাৰত বা জাৰ কালি ব্যবহাৰ কৰা; যেনে-"জাৰুবা কাপোৰ"
used in winter
- জাৰুৱাja.ru.waProper Adj.
জাৰৰ দিনত ব্যৱহাৰ কৰা, যেনেঃ জাৰুৱা কাপোৰ৷
(something) used during winter.
- জাৰ্মানjar.manProper Adj.
of, pertaining to, or characteristic of Germany, its inhabitants, or their language, culture, etc.
- জিংজিঙনিNoun; Adjective
জিংজিঙীয়া কেট্কেটীয়া; খিংখিঙীয়া; খং কৰি কথা কোবা
peevish; snarling
- জিংজিঙ্গীয়াjing.jing.gi.yaProper Adj.
সঘনাই, সহজতে খং উঠা স্বভাৱৰ।
Becoming angry often and easily.
- জিকমিকীয়াjik.mi.ki.yaProper Adj.
জিলিকি থকা
Shining and flashing with light.
- জিকাজৰীjikājarīAdjective
বৰ কট্কিনা
very miserly
- জিকাৰুjikāruNoun
লোকক পৰাস্ত কৰা বা হৰুওবা মতা বা তিৰোতা; জয়-লাভ কৰোঁতা
a victor
- জিক্মিকাjikmikāAdjective
চিক্মিকা, চিক্মিকীয়া।
- জিক্মিকীয়াjikmikīẏāAdjective
চিক্মিকা, চিক্মিকীয়া।
- জিজ্ঞাসিতAdjective
যি কথা সোধা যায়; সোধা; প্ৰশ্ন কৰা
asked
- জিজ্ঞাসুAdjective
জানিবলৈ ইচ্ছা থকা; জানিব খোজা
enquiring
- জিজ্ঞাস্যAdjective
সুধিব লগীয়া; সোধাৰ যোগ্য; প্ৰশ্নৰ যোগ্য
to be asked
- জিতjitaAdjective
বশীভূত; শান্ত; যেনে-"ল'ৰাটো জিত কৰ্"
controlled; calm
- জিতশ্ৰমProper Adj.
বহু কষ্ট আৰু যত্নৰে কাম কৰিব পৰা
able to or carry out work with great labour or effort
- জিতাক্ষৰjitākṣaraAdjective
খকজা নলগাকৈ আখৰ মাতিৰ পৰা
capable of reading without hesitation
- জিতেন্দ্ৰিয়jitendriẏaAdjective
কাম, ক্ৰোধ, লোভ, মোহ আদি ইন্দ্ৰিয়ৰ বশ নোহোবা; কাম, ক্ৰোধ আদিক জয় কৰা (মানুহ)
capable of subduing influences of the passions