কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শল্যপৰ্বśalyaparbaNoun
কৌৰব সেনাৰ সেনাপতি শল্যৰ লগত পাণ্ডবৰ যুদ্ধৰ কথা লিখা মহাভাৰতৰ এটা ভাগ [এওঁক যুধিষ্ঠিৰে বধ কৰে।]
a canto of the Mahābhārata describing the generalship of Śalya in the great war
- শল্যপৰ্ব্বśalyaparbbaNoun
কৌৰব সেনাৰ সেনাপতি শল্যৰ লগত পাণ্ডবৰ যুদ্ধৰ কথা লিখা মহাভাৰতৰ এটা ভাগ [এওঁক যুধিষ্ঠিৰে বধ কৰে।]
a canto of the Mahābhārata describing the generalship of Śalya in the great war
- শল্যোদ্ধাৰśalyoddhāraNoun
গাত সোমোবা যাঠী বা কাঁড় বা শলা আদি বাহিৰ কৰা কাৰ্য্য
extraction of an arrow, etc. thrust into the body
- শশśaśaNoun
শহা-পহু।
- শশকśaśakaNoun
শহা-পহু।
- শশধৰśaśadharaNoun
চন্দ্ৰ; জোন
the moon
- শশবিন্দুxo.xo.bin.duMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- শশলক্ষণxo.xo.lo.khyonMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- শশলাঞ্ছনxo.xo.lan.sonMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- শশাংকxo.xang.koMaterial Noun

- শশাঙ্কśaśāṅkaNoun
চন্দ্ৰ
the moon
- শশিসুতxo.xi.xutProper Noun
সৌৰজগতত সূৰ্য্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ ৷
the first planet of the solar system
- শশীśaśīNoun
চন্দ্ৰ
the moon
- শশীকৰxo.xi.korAbstract Noun
জোনৰ পোহৰ
the light of the moon
- শশীপ্ৰভাśaśīprabhāNoun
ৰুক্মিণীৰ মাক; ভিষ্মক ৰজাৰ ভাৰ্য্যা।
- শশীভূষণxo.xi.bhu.xonProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- শশীৰঞ্জনAbstract Noun
জোনৰ পোহৰ
the light of the moon
- শশুৰśaśuraNoun
"শহুৰ" চোবাঁ।
- শস্ত্ৰśastraNoun
অস্ত্ৰ
weapon; arm
- শস্যśasyaNoun
খেতিৰপৰা উৎপন্ন হোবা বস্ত্ত
a crop; the produce of a field; grain, fruit, etc.