কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভেঙ্গুৰাbheng.gu.raProper Adj.
নিৰ্দ্দিষ্ট সৰল ৰেখা বা পথৰ পৰা আঁতৰি যোৱা।
diverging from a given straight line or course.
- ভেচভেচীয়াbhes.bhe.si.yaProper Adj.
কোনো ফল নিদিয়া।
not producing any results.
- ভেচ্ভেচীয়াbhecbhecīẏāAdjective
নিষ্ফল; বিফল
fruitless
- ভেট-চকুবাbheṭa-cakubāAdjective
ভোটা দৱষ্টিযুক্ত; বেগতে মনিব নোবৰা
having a dull sight
- ভেটভেটীয়াbheṭabheṭīẏāAdjective
পানী সোমাই ঢিলা হোবা বা ওফন্দি উঠা কিন্ত্ত ভালকৈ নিসিজা
swollen in size but not properly boiled
- ভেটুবাbheṭubāAdjective
উপঢৌকন-ৰূপে লোবা বা দিয়া
received or given as a present
- ভেতা কানাProper Adj.
চকুৰে দেখা নোপোৱা ৷
Destitute of the sense of seeing, either by natural defect or by deprivation; without sight.
- ভেথেৰাbhetherāAdjective
ভোঁতা; অক. ধা. ভেথেৰ্ ব্যৰ্থ হ; নিষ্ফল হ (চেষ্টা)
to fail; to be frustrated
- ভেদকAdjective
ভেদী; বিদীৰ্ণকাৰী; পৱথককাৰী
piercing or dividing
- ভেদহীনProper Adj.
আন কিহবাৰে সৈতে কিবা মিল থকা, তুলনা কৰিব পৰা
similar in some way to another thing, compara
- ভেদীbhedīAdjective
যি বিদীৰ্ণ কৰে
piercing
- ভেদেঙাbhedeṅāAdjective
মুখ মেলি চাই থকা; অঁকৰা; মূৰ্খ; ; স্ত্ৰী. ভেদেঙী।
dull; stupid
- ভেদেলাbhe.de.laProper Adj.
সকলো কাম লাহে-লাহে কৰা আৰু বুদ্ধি নথকা|
characterized by slowness and lack of intelligence.
- ভেদ্যbhedyaAdjective
ভেদ বা বিদীৰ্ণ কৰিব পৰা
capable of being pierced or divided
- ভেদৰহিতbhed.ro.hitProper Adj.
পৃথক কৰিব নোৱৰা
of or necessary to a whole
- ভেবাbhebāAdjective
ভেদেঙা; মূৰ্খ; অজলা
dull-headed
- ভেবুবাbhebubāAdjective
ভয়াতুৰ; সাহ নথকা; . b >2/b>। অজলা
timid ; dull; stupid
- ভেবুৱাbhe.buwaProper Adj.
সহজে ভয়খোৱা, সাহপিত নথকা
lacking courage in facing danger, difficulty, opposition, pain, etc
- ভেবেকাbhebekāAdjective
"ভেবুবা" চোবা।
- ভেবেলাbhe.be.laProper Adj.
যি অতি অসাৱধান আৰু ভুল সিদ্ধান্ত লয় ৷
Tending to make poor decisions or careless mistakes