কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কল্পনাতীতkol.po.na.titProper Adj.
যিটোৰ বিষয়ে কল্পনা কৰা বা ভবাও অসম্ভৱ
Impossible to visualize or imagine
- কল্পনাপ্ৰবণkol.po.na.pro.bonProper Adj.
কল্পনাপ্ৰিয় লোক, যি কল্পনা কৰি ভাল পায় ।
using the imagination in a creative or inventive way.
- কল্পনাপ্ৰসূতkol.po.na.pro.xutProper Adj.
কেৱল মনত থকা বা কল্পনাৰ জগতত থকা৷
existing only in the imagination or fancy; not real
- কল্পনাবিলাসীkol.po.na.bi.la.xiProper Adj.
কল্পনাপ্ৰিয় লোক, যি কল্পনা কৰি ভাল পায় ।
using the imagination in a creative or inventive way.
- কল্পনাযোগ্যkol.po.na.jo.gyoProper Adj.
কল্পনা কৰিব পৰা, ভাৱিব পৰা
possible to imagine; something that can be imagined
- কল্পনাশক্তিৰহিতkol.po.na.xok.ti.ro.hitAdjective Adj.
কল্পনাশক্তি নোহোৱা বা অতি কম থকা৷
(of a person)lacking imagination
- কল্পনাসাধ্যkol.po.na.xa.dhyoProper Adj.
কল্পনা কৰিব পৰা, ভাৱিব পৰা
possible to imagine; something that can be imagined
- কল্পনীয়kol.po.ni.yoProper Adj.
কল্পনা কৰিব পৰা, ভাৱিব পৰা
possible to imagine; something that can be imagined
- কল্পিতkalpitaAdjective
অমূলক; মনেৰে সজা; মিছা
fabricated; not real
- কল্প্যkol.pyoProper Adj.
কল্পনা কৰিব পৰা, ভাৱিব পৰা
possible to imagine; something that can be imagined
- কল্যাণকৰko.lyan.korProper Adj.
ভাল খবৰ-বাতৰি বা কোনো শুভলক্ষণৰ প্ৰতীকস্বৰূপ ৷
Auguring favourable circumstances and good luck.
- কল্যাণীAdjective
কল্যাণ বা সুখত থকা; ভাগ্যবতী
prosperous; free from evil or misfortune
- কল্লোলিতkol.lo`.li.toProper Adj.
বতাহ, তাপ বা অনুভূতিৰ প্ৰভাৱত তীব্ৰভাৱে আন্দোলিত
moved or disturbed violently due to wind, temperature or feelings
- কষ্টকল্পিতProper Adj.
বিশ্বাস কৰাটো কঠিন আৰু সঁচা হোৱাৰ সম্ভাৱনা কম
difficult to believe
- কষ্টকৰAdjective
ক্লেশ-দায়ক, দুঃখজনক; দুঃখদায়ক
troublesome
- কষ্টজনকkos.to.jo.nokProper Adj.
যিটো কৰিবলৈ যথেষ্ট চেষ্টা আৰু দক্ষতাৰ প্ৰয়োজন
demanding considerable effort or skill
- কষ্টদায়কkos.to.da.yokProper Adj.
যিটোৰপৰা কষ্ট অথবা দুখ পোৱা যায় ।
which causes pain or hardship.
- কষ্টবিমুখkos.to.bi.mukhProper Adj.
কাম কৰিবলৈ এলাহ কৰা বা কাম কৰিব নিবিছৰা
disinclined to work
- কষ্টযুক্তkos.to.juk.toProper Adj.
যিটো কৰিবলৈ যথেষ্ট চেষ্টা আৰু দক্ষতাৰ প্ৰয়োজন
demanding considerable effort or skill
- কষ্টসহিষ্ণুkaṣṭasahiṣṇuAdjective
দুখ বা কষ্ট সহিব পৰা।