কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কঁৱৰাko~.wo.raProper Adj.
কামভাৱত প্ৰবলভাৱে আসক্ত।
inclined to, characterized by, or inciting to lust or lechery.
- কংকাল সাৰkong.kal xarProper Adj.
খাদ্যৰ অভাবত অধিক ক্ষীণ হোৱা ৷
very thin especially from disease or hunger or cold.
- কংক্ৰিটProper Adj.
চিমেণ্ট বা তেনে কোনো কঠিন বস্তুৰ দ্বাৰা তৈয়াৰী
made from cement (or tar coal) or such other hard material.
- কংকৰময়Proper Adj.
শিলেৰে ভৰি থকা
full of stones or rocks
- কংসালkaṃsālaAdjective
ভীষণ; খঙাল; যেনে-"কংসাল সৰ্পিণী খেদি আসয় ক্ৰোধত" (ভাগবত
- কইনাখুজীয়াProper Adj.
কইনাৰ দৰে লাহে-লাহে খোজ কঢ়া
walking slowly and gently like a bride
- কক্ষ-চ্যুতkakṣa-cyutaAdjective
কক্ষৰপৰা আঁতৰি পৰা।
- কক্ষ-ভ্ৰন্তkakṣa-bhrantaAdjective
কক্ষৰপৰা আঁতৰি পৰা।
- কক্ষীয়Proper Adj.
কোনো গ্ৰহ, উপগ্ৰহ বা পাৰমাণবিক কণাৰ কক্ষপথ সমন্ধীয়৷
Pertaining to orbit of a body revolving around another body.
- ককৰ্তনীয়াkakartanīẏāAdjective
যিমান ডাঙৰ-শকত হ'ব লাগে সিমান নোহোবা; খীণ; পাতল; লেহুকা (কাঠী-কামী আদি)
slender; weak
- ককৰ্ত্তনীয়াkakarttanīẏāAdjective
যিমান ডাঙৰ-শকত হ'ব লাগে সিমান নোহোবা; খীণ; পাতল; লেহুকা (কাঠী-কামী আদি)
slender; weak
- কঙালkaṅālaAdjective
দুখীয়া; খাবলৈ নোপোবা
poor; destitute
- কঙালীko.nga.liProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- কঙ্গালkong.galProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- কঙৰাkaṅarāAdjective
কাঁবৰা; আঁকোৰগোজ; কামাতুৰ
passionate
- কচাkacāAdjective
টানি বা আঁটি বন্ধা; টান
tightly tied; hard
- কচুবাkacubāAdjective
কচুৰ গুণ থকা
having the quality of arum
- কচুৱাko.su.waProper Adj.
কচুৰ গুণ বিশিষ্ট
having the quality of tubers of taro plants
- কচ্ কচীয়াAdjective
কচ্ কচাই থকা
restless
- কচ্কচিয়াkos.ko.si.yaProper Adj.
ঢিলা বা কোমল অৱস্থা৷ যেনে- কচ্কচিয়া বোকা৷
ঢিলা বা কোমল অৱস্থা৷ যেনে- কচ্কচিয়া বোকা৷