কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিকটৱৰ্তীni.ko.to.bor.tiProper Adj.
Situated at a short distance.
- নিকটৱৰ্ত্তীni.kot.bor.tiProper Adj.
Situated at a short distance.
- নিকণ্টকীয়াnikaṇṭakīẏāAdjective
লেঠা বা বিঘিনি নথকা
free from hindrance or disturbance
- নিকপকপীয়াni.kop.ko.pi.yaProper Adj.
নিৰ্দ্দিষ্ট স্থানত কপকপীয়াকৈ লগা বা বান্ধ খাই পৰা; প্ৰয়োজনীয় আকাৰতকৈ মাত্ৰ অকণমান সৰু।
Fixed or fastened firmly in place; just smaller than the required size.
- নিকপটীয়াnikapaṭīẏāAdjective
অকপটী; কপট-শূন্য; সৰল; মনে-মুখে এক
frank; sincere
- নিকপতিni.ko.po.tiProper Adj.
কাপোৰ বা আৱৰণ নথকা
without clothes or covering
- নিকপ্ কপীয়াnikap, kapīẏāAdjective
"নিকটকটীয়া"
- নিকাnikāNoun
মুছলমানৰ বিবাহ-ৰীতি
the marriage rite of Muhammedans
- নিকাচnikācaAdjective
ঠিক; সম্পন্ন (হিছাপ-পত্ৰ)
settled
- নিকাৰীAdjective
দুখ খাই থকা।
- নিকিলকিলীয়াnikilakilīẏāAdjective
মুক্ত; নিজঞ্জাল।
- নিকৃষ্টni.kris.toProper Adj.
গুণাগুণ বা মানৰ ক্ষেত্ৰত অতি তলখাপৰ।
Poor in quality or rank.
- নিকৃষ্টতমni.kris.to.tomProper Adj.
আটাইতকৈ বেয়া
bad in the highest level
- নিকৃষ্টমানৰni.kris.to.ma.norProper Adj.
ভদ্ৰ সমাজৰ অযোগ্য অতি কঠোৰ, অশোভনীয় ব্যৱহাৰ (কিন্তু অনপকাৰী আৰু যৌন সম্পৰ্কীয় নোহোৱা)।
having very crude, rude behavior unsuitable for/in a civilized society (but not harmful and may not have sexual reference).
- নিক্ষত্ৰিয়nikṣatriẏaAdjective
ক্ষত্ৰিয়শূন্য
devoid of the Kṣatriyas
- নিকৰুণnikaruṇaAdjective
দয়া নথকা; নিৰ্দ্দয়; নিমৰমিয়াল
unkind; cruel
- নিকৰুবাnikarubāNoun
বিসোবাদ আৰু নীৰস বস্ত্ত
insipid or tasteless food
- নিকৰুৱাni.ko.ru.waProper Adj.
উপযুক্ত সোৱাদ নোহোৱা৷
lacking taste or flavor.
- নিকৰ্পটীnikarpaṭīAdjective
কাপোৰ নথকা; নঙঠা।
- নিখঁকুৱাni.kho~.ku.waProper Adj.
যি খঁকুৱা নহয় বা যাৰ খঁক নাই
one who is not greedy