কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কা-কা কৰ্ka-ka korVerb-Trans.
বহুতো কাউৰীয়ে একেলগে কা-কা কৰ্; বহুতো কাউৰীয়ে সমস্বৰে মতাৰ দৰে শব্দ কৰ্
to caw by a group of crows; to make a similar sound
- কাঁউৰka~.urVerbal Noun
তিৰোতাৰ মতাৰে অথবা মতাৰ তিৰোতাৰে সৈতে বাস কৰিবৰ প্ৰবল ইচ্ছা|
Uncontrolled or illicit sexual desire or appetite.
- কাঁচ্ka~sVerb-Trans.
(মাছ, মঙহ আদিৰ) পৃষ্ঠৰ একাধিক স্থানত (অগভীৰভাৱে) আঁক্ দি কাট্
to cut (not deeply) at several places on the surface (of fish, meat etc.)
- কাঁটাই কাঁটাইka~.tai ka~.taiAdverb
very puncually, exactly on time
- কাঁড়্kām̐ṛTransitive verb
উৰাল বা ঢেঁকীত চাউল আদিৰ মলি গুচাই পৰিষ্কাৰ কৰ্
to clean (as rice, etc.) on the mortar or dhẽki; to husk
- কাঁৰ্kām̐rTransitive verb
উৰাল বা ঢেঁকীত চাউল আদিৰ মলি গুচাই পৰিষ্কাৰ কৰ্
to clean (as rice, etc.) on the mortar or dhẽki; to husk
- কাঁৱৰka~worVerbal Noun
তিৰোতাৰ মতাৰে অথবা মতাৰ তিৰোতাৰে সৈতে বাস কৰিবৰ প্ৰবল ইচ্ছা|
Uncontrolled or illicit sexual desire or appetite.
- কাংক্ষিতVerbal Adj.
যিটো হ’ব লাগে বা কৰিব লাগে বুলি ভৱা হয়
anything which is desired
- কাইলৈkāilaiAdverb
কালিলৈ; অহা আগত দিনলৈ
tomorrow
- কাউলাkāulāIntransitive verb
মৰণ কালত বা টান নৰিয়াত কোনো বস্ত্ত বা মানুহৰ কাৰণে বৰ হেঁপাহ কৰ্
to long for
- কাওঁ কাওঁ কৰেAdverb
বেগেৰে বৈ
in a rapid current
- কাকূতি কৰ্ka.ku.ti korVerb-Trans.
কাৰোবাক কিবা প্ৰয়োজনীয় বা জৰুৰী বস্তু ব্যগ্ৰভাবে বিচৰা, প্ৰাৰ্থনা কৰা
to ask for something in an anxious way because you need it very much
- কাকূতি-মিনতিka.ku.ti-mi.no.tiAbstract Noun
অতি আগ্ৰহেৰে বা ব্যাকুলতাৰে কোনো বস্তু খোজা কাৰ্য্য।
The act of asking for something in an anxious way.
- কাকূতি-মিনতি কৰ্ka.ku.ti-mi.no.ti korVerb-Trans.
কাৰোবাক কিবা প্ৰয়োজনীয় বা জৰুৰী বস্তু ব্যগ্ৰভাবে বিচৰা, প্ৰাৰ্থনা কৰা
to ask for something in an anxious way because you need it very much
- কাচি-উৰিka.si-u.riAdverb
কাপোৰ কানি, অলংকাৰ আদি পিন্ধি অঁতাই
putting on or wearing clothing more elaborate than that usually worn
- কাচিৎkācitAdverb
কেতিয়াবা; দৈবাৎ
sometimes; occassionally
- কাচ্kācIntransitive verb
কাপোৰ পিন্ধ্
to dress
- কাচ্পাৰkācpāraIntransitive verb
ভালকৈ কাপোৰ-কানি পিন্ধ্
to be fully dressed
- কাছুটি হেৰুৱাka.su.ti he.ru.waVerb-Intran.
সময়, স্থান বা ব্যক্তি সাপেক্ষে খেলি-মেলি লাগ৷
Become impaired orientation with respect to time, place, or person; a disturbed mental state
- কাছ্-পাৰkāch-pāraIntransitive verb
ভালকৈ কাপোৰ-কানি পিন্ধ্
to be fully dressed