কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শব্দভীতিAbstract Noun
শব্দ অৰ্থাৎ মুখৰ ভাষাক লৈ হোৱা এক অহেতুক ভয়
An unfounded fear of words that are uttered from one`s mouth
- শব্দমালাxobdo.ma.laAbstract Noun
কোনো বিশেষ ক্ষেত্ৰত যেনে সাহিত্য, চিকিৎসা শাস্ত্ৰ, আইন আদিত ব্যৱহাৰ হোৱা কাৰিকৰী শব্দ বা কোনো পাঠত ব্যৱহাৰ হোৱা জটিল শব্দৰ অৰ্থ সম্বলিত তালিকা বা কিতাপ।
a list or book explaing the meanings of technical terms, registers or special words, especially those used in a particular text or discipline, e.g. A Glossary of Literary Terms.
- শব্দযন্ত্ৰীxob.do.jon.triAbstract Noun
শব্দ, গীত বা কথা বতৰা আদি বাণীবদ্ধ কৰোঁতা
a person with experience and training in the production and manipulation of sound through analog or digital means
- শব্দলিপিAbstract Noun
এটা সম্পূৰ্ণ শব্দক প্ৰতিনিধিত্ব কৰিবলৈ ব্যৱহাৰ কৰা আখৰ বা চিহ্ন
written or pictorial symbol intended to represent a whole word
- শব্দলিপি তত্ত্বAbstract Noun
শব্দলিপিৰ ওপৰত ভিত্তি কৰি লিখা এক লিখন প্ৰণালী
the writing system that is based on logograms
- শব্দলোপxob.do.lo`pAbstract Noun
কোনো ভাষাৰ শব্দ সেই ভাষাত অপ্ৰচলিত হৈ পৰা৷
words of a language which are no longer used by the speakers of that language.
- শব্দশাস্ত্ৰNoun
ব্যাকৰণ আদি শাস্ত্ৰ।
- শব্দশিল্পxob.do.xil.poAbstract Noun
শব্দৰ বিভিন্ন অৰ্থ, ব্যৱহাৰ আদিৰ সৈতে জড়িত কলা কৌশল, খেল৷
শব্দৰ বিভিন্ন অৰ্থ, ব্যৱহাৰ আদিৰ সৈতে জড়িত কলা কৌশল, খেল৷
- শব্দসাৰxob.do.xarMaterial Noun
শব্দৰ অৰ্থ আৰু পৰিচয় থকা পুথি
A reference book containing an alphabetical list of words with information about them
- শব্দাংশxob.dang.xoProper Noun
বিভক্তিমূলক শব্দৰ কথিত উচ্ছাৰণৰ একো একোটা অংশ |
A minimum rhythmic unit of spoken language consisting of a vowel often preceded or followed by consonants.
- শব্দান্ধতাAbstract Noun
এনে এটা অৱস্থা যিয়ে ব্যক্তিৰ পঢ়াৰ সামৰ্থ্যত বাধা দিয়ে
a learning disorder which interferes with a person`s ability to read
- শব্দালঙ্কাৰNoun
ৰচনা শ্ৰুতিমধুৰ কৰিবলৈ বিশেষভাবে কৰা শব্দ; শব্দযোজনা; যেনে-অনুপ্ৰাস, শ্লেষ আদি।
- শব্দাৰ্থśabdārthaNoun
শব্দৰ অৰ্থ; কোনো শব্দই বুজোবা বস্ত্ত বা বিষয়
the meaning of words
- শব্দাৰ্থ তালিকাxob.dar.tho.ta.li.kaAbstract Noun
কোনো বিশেষ ক্ষেত্ৰত যেনে সাহিত্য, চিকিৎসা শাস্ত্ৰ, আইন আদিত ব্যৱহাৰ হোৱা কাৰিকৰী শব্দ বা কোনো পাঠত ব্যৱহাৰ হোৱা জটিল শব্দৰ অৰ্থ সম্বলিত তালিকা বা কিতাপ।
a list or book explaing the meanings of technical terms, registers or special words, especially those used in a particular text or discipline, e.g. A Glossary of Literary Terms.
- শব্দাৰ্থ বিজ্ঞানীAbstract Noun
ভাষা ব্যৱস্থাৰ অংশ হিচাপে শব্দৰ মৌলিক, আক্ষৰিক অৰ্থ অধ্যয়ন কৰা৷
it is the study basic, literal meanings of words as parts of a language system.
- শব্দাৰ্থ-বিজ্ঞানAbstract Noun
ভাষাবিজ্ঞানৰ শাখা যিয়ে শব্দ আৰু বাক্যাংশ আৰু ইয়াৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা ধাৰণাসমূহৰ সৈতে জড়িত৷
the branch of linguistics that deals with words and phrases and the concepts that they represent.
- শব্দাৱলীxob.da.wo.liAbstract Noun
কোনো বিশেষ ক্ষেত্ৰত যেনে সাহিত্য, চিকিৎসা শাস্ত্ৰ, আইন আদিত ব্যৱহাৰ হোৱা কাৰিকৰী শব্দ বা কোনো পাঠত ব্যৱহাৰ হোৱা জটিল শব্দৰ অৰ্থ সম্বলিত তালিকা বা কিতাপ।
a list or book explaing the meanings of technical terms, registers or special words, especially those used in a particular text or discipline, e.g. A Glossary of Literary Terms.
- শব্দৰেখাAbstract Noun
এটা ভৌগোলিক সীমাৰেখা, যিয়ে সাধাৰণতে এটা সুকীয়া ভাষিক বৈশিষ্ট্যযুক্ত অঞ্চলক চিহ্নিত কৰে
a geographical boundary line marking the area in which a distinctive linguistic feature commonly occurs
- শবৰśabaraNoun
ব্যাধ; স্ত্ৰী. শবৰী ।
- শমśamaNoun
মনৰ শান্ত অবস্হা; বিচলিত নোহোবা গুণ
calmnessl tranquility; absence of passion