কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাঢ়লীkāṛhalīNoun
চেউঁৰী গৰু
a heifer
- কায়kāẏaNoun
শৰীৰ; দেহ
body
- কায়-তপka.yo-topVerbal Noun
পূৰ্বতে কৰা কোনো অপকৰ্মৰ শাস্তি স্বৰূপে ইচ্ছাকৃতভাৱে নিজৰ শৰীৰক কষ্ট দিয়া কাৰ্য্য
voluntary self-punishment in order to atone for some wrongdoing
- কায়কল্পkāẏakalpaNoun
ঔষধৰ প্ৰভাবেৰে বুঢ়াক তৰুণ আৰু সবল কৰা কাৰ্য্য।
- কায়কষ্টkāẏakaṣṭaNoun
শৰীৰৰ কষ্ট বা দুখ
physical suffering or hardship
- কায়কাষ্ঠাkāẏakāṣṭhāNoun
আন্তৰিক শ্ৰদ্ধা; আস্হা
sincere regard
- কায়ক্লেশkāẏakleśaNoun
শৰীৰৰ কষ্ট বা দুখ
physical suffering or hardship
- কায়কৱতkāẏakawataNoun
নিজ শৰীৰেৰে বা নিজে কৰা; আপুনি কৰা
done by one's own self
- কায়তপkāẏatapaNoun
কায় বা দেহক কষ্ট দি তপস্যা; যেনে-"দেব দ্বিজ গুৰু জ্ঞানীঃ সবাকো অৰ্চ্য় জানিঃ ইহাৰেসে কায়তপ নাম। (মিশ্ৰ-গীতা)।
- কায়থেলিkāẏatheliNoun
এবিধ প্ৰাচীন অসমীয়া লিপি [কোনোৰ মতে ইয়াক লহকৰী লিপিও বোলে।]
a kind of old Assamese script used by Kāyastha scholars
- কায়থেলী আখৰNoun
কায়স্হসকলে ব্যবহাৰ কৰা অসমীয়া লিপিৰ এটা প্ৰকাৰ।
- কায়থেলী-বিদ্যাNoun
কায়স্হ অৰ্থাৎ কাকতী- সকলৰ হিচাপ ৰখা আৰু কাৰ্য্যালয়ৰ যাবতীয় কাৰ্য্যৰ বৰ্ণনা ৰখা বিদ্যা।
- কায়দাkāẏadāNoun
নিয়ম
rule
- কায়দা-কানুনkay.da-ka.nunAbstract Noun
কোনো কাম সম্পাদন কৰাৰ নিয়ম বা ধৰণ
the way of carrying out certain task
- কায়দা-বন্দীNoun
নিয়মিত আইন চলোবাৰ আগেয়ে কোনো নকৈ জয় কৰা দেশৰ ৰাজকাৰ্য্য চলাবলৈ অস্হায়ীভাবে কৰা নিয়মাবলী; যেনে-"আসাম কায়দা-বন্দী"
rules for the administration of a non-regulation country
- কায়দাকৌশলkai.da.kou.xolAbstract Noun
Short term procedure in carrying out a plan
- কায়ব্যkāẏabyaNoun
এজন বিখ্যাত ডকাইত [সি ল'ৰা, তিৰোতা আৰু ভয়াতুৰ মানুহৰ অপকাৰ নকৰিছিল আৰু শিষ্টক পালি দুষ্টক দমন কৰিছিল; যেনে -"কায়ব্য-চৰিত্ৰ যিটো শুনে বা পঢ়য়। অৰণ্যত নিজনৰ ভয় নুপজয়।" (শান্তিপৰ্ব্ব)।
- কায়মka.yomCommon Noun
পিঠিত সেউজীয়া ৰঙৰ পাখি থকা আৰু বিশেষকৈ ৰঙা ঠোঁট-যুক্ত এবিধ চৰাই।
A bird with a green back and best recognized by its bright red beak.
- কায়স্থka.yos.thoCommon Noun
হিন্দুৰ শূদ্ৰজাতিৰ ভিতৰত অতি উচ্চ আৰু উত্তম জাতি৷
Kāyastha or Kayasth is an upper caste of Sudras. They have a dual-caste status, that is, they can be Brahmin and Kshatriya, and occupy North, East and Central India. Other kayastha groups are found in Maharashtra and South India.
- কায়স্থাCommon Noun
বিশেষকৈ এছিয়া মহাদেশত ৰন্ধন আৰু চিকিত্সাৰ বাবে ব্যৱহৃত গোন্ধযুক্ত পাতৰ এবিধ উদ্ভিদ
A plant with fragrant leaves used for cooking and medicinal purposes especially in Asia