কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নৰা-তগৰnarā-tagaraNoun
"তগৰ" চোবাঁ।
- নৰা-বগৰীnarā-bagarīNoun
গাত শুং থকা এজাতি ডাঙৰ বগৰী
peach; Prunuspersica
- নৰাচৰnarācaraNoun
এবিধ ঔষধ; নাৰাচৰ; যেনে-"স্বৰ্গদেবক নৰাচৰ ৰড়ি
- নৰাধমnarādhamaNoun
অতি অধম বা নীচ মানুহ; অতিশয় দুষ্ট মানুহ
a very mean or wicked fellow
- নৰাধিপnarādhipaNoun
ৰজা; নৰেশ
a king
- নৰান্তকno.ran.tokProper Noun
মৃত্যুৰ অধিপতি দেৱতা ৷
The king who is the regent of death; The Hindu deity of death.
- নৰাশno.ra.xoCommon Noun
আচৰিত ধৰণৰ বা ভয়ঙ্কৰ চেহেৰাৰ, কাল্পনিক এক জীৱ।
A creature, often imaginary, having a strange or frightening appearance.
- নৰিয়াnariẏāAdjective
ৰোগী
sick
- নৰিয়াপাটীno.ri.ya.pa.tiMaterial Noun
ৰোগী শোৱা বিচনা৷
the bed on which a sick person lies.
- নৰেন্দ্ৰnarendraNoun
নৰপতি; ৰজা
a king
- নৰেশnareśaNoun
নৰপতি; ৰজা
a king
- নৰেশ্বৰnareśbaraNoun
নৰপতি; ৰজা
a king
- নৰোত্তমnarottamaNoun
নৰৰ মাজত উত্তম; পুৰুষোত্তম; ঈশ্বৰ।
- নৰ্কnarkaNoun
নৰক; যেনে-"বান্ধি জড়পুৰ কৰি পেলায়ো নৰ্কত" (ৰত্নাবলী)।
- নৰ্তকnartakaNoun
নাচোঁতা; নৱত্য কৰোঁতা
a dancer
- নৰ্তনNoun
নাচন; নচা কাৰ্য্য
the act of dancing
- নৰ্ত্তকnarttakaNoun
নাচোঁতা; নৱত্য কৰোঁতা
a dancer
- নৰ্ত্তনNoun
নাচন; নচা কাৰ্য্য
the act of dancing
- নৰ্দমাnardamāNoun
পানী বৈ যাবলৈ খানি দিয়া খাল; নলা
a drain
- নৰ্দ্দমাnarddamāNoun
পানী বৈ যাবলৈ খানি দিয়া খাল; নলা
a drain