কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কল্পনা কৰ্kol.po.na korVerb-Trans.
মনৰ ভিতৰত এক ছবি প্ৰস্তুত কৰ্
To form a mental picture or image of
- কল্মটিয়াkalmaṭiẏāIntransitive verb
অলপ অলপকৈ টোপনিৰ ভৰত চকু মুদি মূৰ দুপিয়া
to doze
- কল্মলাkalmalāIntransitive verb
ভোক-পিয়াহত অস্হিৰ হ; আহাৰ বা টোপনিৰ অভাবত দুৰ্ব্বল হ
to be oppressed with hunger, thirst or sleeplessness
- কল্মলাVerb-Intran.
ভোক-পিয়াহত অস্থিৰ হ
to be oppressed with hunger or thirst
- কশ্চিৎkos.sitAdverb
কেতিয়াও নোহোৱা বুজাবলৈ ব্যৱহাৰ হয়, সদায় নেতিবাচক অৰ্থত ব্যৱহাৰ হয় |
Not ever; at no time in the past or future and it is always used in negation.
- কষ্ট পাkos.to paVerb-Intran.
কষ্ট অনুভৱ কৰ্
to feel distressed
- কষ্টদানkos.to.danVerbal Noun
অনুগ্ৰহ বা দয়াৰ অভাৱ
the state of being regarded unfavorably
- কষ্টে-মষ্টেkaṣṭe-maṣṭeAdverb
অতি কষ্টেৰে
with great pains or trouble
- কষ্টেৰেkos.te.reAdverb
হ’ব-নহ’ব এনে অৱস্থাত, কিবা প্ৰকাৰে।
only just; scarcely; no more than; almost not.
- কস্মিনkos.minAdverb
কেতিয়াও নোহোৱা বুজাবলৈ ব্যৱহাৰ হয়, সদায় নেতিবাচক অৰ্থত ব্যৱহাৰ হয় |
Not ever; at no time in the past or future and it is always used in negation.
- কস্মিনকালেkos.min.ka.leAdverb
কেতিয়াও নোহোৱা বুজাবলৈ ব্যৱহাৰ হয়, সদায় নেতিবাচক অৰ্থত ব্যৱহাৰ হয় |
Not ever; at no time in the past or future and it is always used in negation.
- কস্মিন্kasminAdverb
কোনো কালে
ever
- কহkahaNoun
কথ; কোবাথ; সূতা বা কাপোৰত ভালকৈ বোল ধৰিবৰ কাৰণে তাত আগেয়ে লগোবা ঈষৎ ৰঙচীয়া ৰং; ধাতুত অম্ল লাগি হোবা ৰং
decoction; a mordant; metal stain
- কহতুkahatuVerb
কয়; উক্তি কৰে; বোলে।
- কহন্তkahantaVerb
কয়; উক্তি কৰে; বোলে।
- কহাkahāTransitive verb
কহ লগা
to treat with a mordant
- কহাবতkahābataTransitive verb
কোবায়; মতায়
speaks; utters
- কহিছাkahichāTransitive verb
কৈছা।
- কহিতোkahitoAdverb
ক'তো।
- কহয়kahaẏaVerb
কয়; উক্তি কৰে; বোলে।