কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শবদśabadaNoun
ধ্বনি।
- শবদ-ব্ৰহ্মśabada-brahmaNoun
বেদ; যেনে-"শবদ-ব্ৰহ্মৰ পাৰ ভৈল যিটো" (ঘোষা); "ঈশ্বৰ মুখৰ ৰাণী যত বেদচয়ঃ সি কাৰণে শব্দব্ৰহ্ম জগত ঘোষয়" (মিশ্ৰগীতা)
the Vedas
- শবাসনśabāsanaNoun
যৌগিক আসন-বিশেষ।
- শব্দ তৰংগxob.do to.rong.goAbstract Noun
কোনো মাধ্যমত হোৱা তৰঙ্গ; ইয়াৰ ফলত শব্দ শুনিবলৈ পোৱা যায় ৷
A vibrational wave in any medium that transmits sound.
- শব্দ বিভ্ৰাটAbstract Noun
দুটা শব্দৰ উচ্চাৰণ প্ৰায় একে হোৱাৰ বাবে এটা শব্দৰ পৰিৱৰ্তে আন এটা শব্দ ভুলকৈ ব্যৱহাৰ কৰা
use of a wrong word in place of another word with a similar sound
- শব্দ ভেদxob.do bhedAbstract Noun
A puzzle with printed grid of squares and blanks for vertical and horizontal words to be filled in from clues
- শব্দ মূলCommon Noun
বিভক্তিযুক্ত হৈ ৰূপ সলনি কৰাৰ আগতে থকা শব্দৰ প্ৰধান অংশটো
a part of a word that is in existence before any inflectional affix
- শব্দ শৃংখলxob.do sring.kholAbstract Noun
A puzzle with printed grid of squares and blanks for vertical and horizontal words to be filled in from clues
- শব্দ সন্ধানxob.do xon.dhanAbstract Noun
A puzzle with printed grid of squares and blanks for vertical and horizontal words to be filled in from clues
- শব্দ সাধনxob.do xa.dhonAbstract Noun
ইতিমধ্যে থকা শব্দৰ লগত উপসৰ্গ বা প্ৰত্যয় যোগ দি নতুন শব্দ সৃষ্টি কৰা প্ৰক্ৰিয়া৷ যেনেঃ অ-সাধাৰণ; ধান-নি
the process of forming/making new words from already existed words usually by adding prefixes (e.g. en-rich=enrich, re-write=rewrite) or suffixes (e.g. glory-fy=glorify; write-er=writer).
- শব্দ-চয়নxob.do-so.yonAbstract Noun
কথা কোৱাৰ ধৰণ বা ব্যৱহাৰ কৰা শব্দৰ বাচনি।
Choice of words or way of speaking.
- শব্দ-ব্ৰহ্মśabda-brahmaNoun
বেদ; যেনে-"শবদ-ব্ৰহ্মৰ পাৰ ভৈল যিটো" (ঘোষা); "ঈশ্বৰ মুখৰ ৰাণী যত বেদচয়ঃ সি কাৰণে শব্দব্ৰহ্ম জগত ঘোষয়" (মিশ্ৰগীতা)
the Vedas
- শব্দকোষNoun
অভিধান।
- শব্দগ্ৰহxob.do.grohCommon Noun
যি অংগৰ দ্বাৰা শব্দ অনুভূত হয়।
the organ that perceives sounds.
- শব্দতালিকাযুক্ত পুস্তকMaterial Noun
শব্দৰ সংকলন বা তালিকা থকা কিতাপ৷
A book that contains collections or lists of words.
- শব্দবহxob.do.bo.hoMaterial Noun
গতিশীল বায়ু, বিশেষকৈ ভূমিৰ সমান্তৰালকৈ বোৱা বায়ুৰ স্বাভাৱিক আৰু গমিব পৰা গতি
Moving air, especially a natural and perceptible movement of air parallel to or along the ground.
- শব্দবিজ্ঞানxob.do.bi.gyanAbstract Noun
শব্দ সম্পৰ্কে অধ্যয়ন কৰা বিদ্যা
The science of sound
- শব্দবিন্যাসxob.do.ni.nyaxAbstract Noun
ভাষাত শব্দৰ গঠন-পদ্ধতিৰ অধ্যয়ন
The study of construction of words in languages
- শব্দব্ৰহ্মAbstract Noun
প্ৰাচীন ভাৰতৰ জ্ঞানগৰ্ভ গদ্যশাস্ত্ৰ। ইবিলাকক হিন্দুধৰ্মৰ প্ৰাচীনতম ধৰ্মীয় পুথিৰূপে জনা যায়। বেদ-ক শ্ৰুতি বুলি কোৱা হয়। অন্য ধৰ্মগ্ৰন্থসমূহ স্মৃতি।
The Vedas (knowledge") are a large corpus of texts originating in Ancient India. They are the oldest scriptural texts of Hinduism.
- শব্দভাণ্ডাৰMaterial Noun
শব্দৰ অৰ্থ আৰু পৰিচয় থকা পুথি
A reference book containing an alphabetical list of words with information about them