কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নদীয়ালnadīẏālaNoun
নৈত মাছ ধৰা মানুহ; কৈবৰ্ত্ত জাতৰ মানুহ; জালোবা
a fisherman
- নদীৰ পাৰno.dir parAbstract Noun
নদীৰ দুই দাঁতিত বা কাষত থকা ঠাই।
the bank of a river, the sides conforming the normal river flow condition.
- ননnanaNoun
"নৰাচৰ" চোবাঁ; এবিধ বড়ি।
a medicinal pill used in the Kavirājī system
- ননীnanīNoun
মাখন,
butter
- ননীচোৰno.ni.so`rProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- ননৈno.noiProper Noun
দৰং জিলাৰ উল্লেখযোগ্য উপনৈ৷ ভূটানৰ পৰা ওলাই দৰং জিলাৰ মাজেদি আহি ব্ৰহ্মপুত্ৰত মিলিছে
A tributary of Brahmaputra coming from Bhutan flowing through Darrang district of Assam
- নন্দnandaNoun
কৱষ্ণৰ তোলনীয়া বাপেক; বৱন্দাবনৰ গুবালৰ ৰজা
the head cowherd of Vṛndāvana and foster-father of Kṛṣṇa
- নন্দ-লালnanda-lālaNoun
কৱষ্ণ
a name of Kṛṣṇa
- নন্দদুলালnon.do.du.lalProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- নন্দদুল্লালnon.do.du.lalProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- নন্দনnandanaNoun
পুতেক; পুত্ৰ
a son
- নন্দন বন, নন্দন-কাননNoun
ইন্দ্ৰৰ ফুলবাৰী
the flower garden of Indra
- নন্দনতত্বnon.don.to.twoAbstract Noun
সুকুমাৰ কলাৰ সুন্দৰতাৰ অনুভূতি।
relating to the philosophy of aesthetics; concerned with notions such as the beautiful and the ugly. relating to the science of aesthetics; concerned with the study of the mind and emotions in relation to the sense of beauty. having a sense of the beautiful; characterized by a love of beauty.
- নন্দনীnon.do.niCommon Noun
কন্যা-সন্তান
a female child or person in relation to her parents.
- নন্দাnandāNoun
প্ৰতিপদ, ষষ্ঠী আৰু একাদশী-এই তিনি তিথি
the first, sixth and eleventh lunar days
- নন্দিnandiNoun
শিবৰ এজন অনুচৰ বা পাৰিষদৰ নাম
an attendant of Śiva
- নন্দিনীnon.di.niCommon Noun
কন্যা-সন্তান
a female child or person in relation to her parents.
- নন্দীnandīNoun
শিবৰ এজন অনুচৰ বা পাৰিষদৰ নাম
an attendant of Śiva
- নন্দেকnon.dekCommon Noun
স্বামীৰ ভণীয়েক৷
one's husband's younger sister
- নন্দোৎসবnandotsabaNoun
জন্মাষ্টমীৰ পাছত নন্দৰ ঘৰত কৰা উৎসব; [ঠাই বিশেষে ইয়াক পাঁচতি, পেঁক-ভাওনা, বোকা-ভাওনা আদি বোলা হয়।]
the festival at Nanda's house celebrating the birth of Kṛṣṇa