কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তপতিয়াৰtop.ti.yarVerbal Noun
সাঁজু হৈ থকা, সজাগ হৈ থকা|
Ready in action; quick to act as occasion demands.
- তপতীtapatīNoun
সূৰ্য্যৰ কন্যা
a daughter of the Sun
- তপনtapanaNoun
সূৰ্য্য; বেলি
the sun
- তপনতনয়to.pon.to.noyProper Noun
মৃত্যুৰ অধিপতি দেৱতা ৷
The king who is the regent of death; The Hindu deity of death.
- তপলাMaterial Noun
এফালে মুখ থকা, বস্তু ভৰাই লৈ যাব পৰা এবিধ যতন (সাধাৰণতে ডাঠ কাপোৰেৰে তৈয়াৰী)
a flexible container with a single opening.
- তপশ্চৰণtapaścaraṇaNoun
তপ-আচৰণ
the practice of penance
- তপশ্চৰ্য্যাtapaścaryyāNoun
তপ-আচৰণ
the practice of penance
- তপসীNoun
"তপস্বী" শব্দৰ অপভ্ৰংশ; স্ত্ৰী. তপসিনী; তপস্যা; তপ; তপস্বী [সং.] তপ কৰা লোক; ঋষি
one practising religious austerity
- তপস্বীtapasbīNoun
যি তপস্যা কৰে; যোগী।
- তপস্যাto.po.syaAbstract Noun
সকলো বিষয়-সুখ পৰিহাৰ কৰি হাবিত বহুবছৰ ধৰি গভীৰ আৰাধনা কৰি দেৱতাৰ দৰে কোনো স্বৰ্গীয় সত্বাক জনোৱা আহ্বান
The act of invoking a heavenly figure like a deity by means of deep prayer for years in the woods by shunning all material pleasure
- তপালনিNoun; Adverb
তপালি তপালি।
- তপিনাtapināNoun
কঁকালৰ তলৰপৰা কৰঙণৰ বাজ ফাল
the outside of the thigh from the waist
- তপোধনtapodhanaNoun
তপস্বী।
- তপোনিধিtaponidhiNoun
তপস্বী।
- তপ্তকাঞ্চনtaptakāñcanaNoun
জুইৰ দ্বাৰা পৰিশুদ্ধ সোণ
gold purified with fire
- তপ্তিtaptiNoun
এবাৰত ৰন্ধা ভাত, আঞ্জা আদি; তাও
as much as is cooked at a time
- তফাত্to.phatProper Adj.
এটাৰ আনটোৰ লগত চৰিত্ৰ, গুণা-গুণ, বা অৱয়বৰ মিল নথকা ৷
Not the same as another or each other; unlike in nature, form, or quality.
- তফাৎtaphātNoun
প্ৰভেদ
difference; distinction
- তবtabaPronoun
তযু, তোমাৰ
your
- তবলচিtabalaciNoun
তবল বজোবা লোক।