কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভাৱমূলকbhab.mu.lokProper Adj.
কোনো ভৌতিক ৰূপ নথকা; প্ৰকৃততে বা বাস্তৱিকতে উপলভ্য নোহোৱা, কেৱল মনত উদ্ভৱ হোৱা
Without any physical form; separated from reality, existing in the mind only.
- ভাৱলেশহীনProper Adj.
বন্ধুত্বসুলভ আৰু মৰমীয়াল নোহোৱা আচৰণ৷
not friendly and kind in manners
- ভাৱলেষহীনbhab.lex.hinProper Adj.
কোনো দুখ কষ্টৰ অনুভৱ বা আৱেগ নথকা ৷
not feeling or showing emotion.
- ভাৱশূন্যbhab.xu.nyoProper Adj.
কোনো দুখ কষ্টৰ অনুভৱ বা আৱেগ নথকা ৷
not feeling or showing emotion.
- ভাৱহীনbhab.hinProper Adj.
কোনো দুখ কষ্টৰ অনুভৱ বা আৱেগ নথকা ৷
not feeling or showing emotion.
- ভাৱাত্মকbha.wat.mokProper Adj.
কোনো ভৌতিক ৰূপ নথকা; প্ৰকৃততে বা বাস্তৱিকতে উপলভ্য নোহোৱা, কেৱল মনত উদ্ভৱ হোৱা
Without any physical form; separated from reality, existing in the mind only.
- ভাৱীbha.biProper Adj.
আগলৈ হ’ব লগা
something that will happen at a later time and after the present time
- ভাৱোদ্দীপকbha.bo’d.di.pokProper Adj.
গূঢ় অৰ্থযুক্ত কোনো ভাৱ প্ৰকাশ পোৱা (প্ৰৱন্ধ আদি)
characterized by or manifesting careful thought: a thoughtful essay.
- ভাৱোন্মত্তbha.bo`n.mot.toProper Adj.
ভাৱৰ আবেগত বিহ্বল হৈ পৰা বা উন্মত্ত হৈ পৰা ৷
the state of being beside oneself with thought or emotion.
- ভাৱোন্মাদbha.bo`n.madProper Adj.
ভাৱৰ আবেগত বিহ্বল হৈ পৰা বা উন্মত্ত হৈ পৰা ৷
the state of being beside oneself with thought or emotion.
- ভিজা মেকৰিProper Adj.
a scared or cowering person
- ভিজা-মেকুৰীProper Adj.
কোনো খেল বা যুদ্ধত যি পৰাস্ত হৈছে
one who has lost a game or battle
- ভিঠাছনbhiṭhāchanaAdjective
মৰি মৰি বংশৰ এটাও নথকা; বংশ নিৰ্ম্মূল হোবা
to be wholly extinct by death or disease, as a family
- ভিঠিমৰীয়াbhiṭhimarīẏāAdjective
মৰি মৰি বংশৰ এটাও নথকা; বংশ নিৰ্ম্মূল হোবা
to be wholly extinct by death or disease, as a family
- ভিণ্ডাকাৰAdjective
ওফন্দি ডাঙৰ হোবা; ভয় লগা
swollen; fearful looking
- ভিতʼউৰাProper Adj.
কিহবাৰ ভিতৰত থকা, অৰ্থাৎ কোনো নিৰ্দ্দিষ্ট ভৌগোলিক সীমাৰ ভিতৰত (দেশ, ৰাজ্য আদি) বা কোনো সংস্থা, অনুষ্ঠান, কোম্পানী বা শৰীৰ আদিৰ ভিতৰত থকা
situated or existing in the interior of something, i.e. within a specific boundary, such as, geographical (a country, a state etc.) or abstract (an organisation, institute, company or any physical body etc.)
- ভিত্তিহীনAdjective
অমূলক
baseless
- ভিতৰিAdjective
ভিতৰত থকা; প্ৰকাশ নোহোবা; গুপ্ত
inside; inward; internal; secret
- ভিতৰুৱাbhi.to.ru.waProper Adj.
এজন মানুহৰ বা তেওঁৰ আপোন সা-সম্পত্তি
pertaining to a person and his/her private belongings etc
- ভিনbhinaAdjective
বেলেগ; পৱথক
separate; different