কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নৈশান্ধতাAbstract Noun
night blindness, abnormal difficulty in seeing in a faint light
- নৈশ্চিত্যnoi.sityoAbstract Noun
সত্যতা, গুণাগুণ বা অৱস্থা নিশ্চিত হোৱা
The fact, quality, or state of being certain
- নৈষধnaiṣadhaNoun
নিষধ বা নল ৰজাৰ দেশ।
- নৈষধ চৰিতno``i.xodh so``.ritProper Noun
শ্ৰীহৰ্ষৰ দ্বাৰা ৰচিত মহান কাব্য৷
a poem in Sanskrit on the life of Nala, the king of Nishadha. Written by Sriharsha.
- নৈষধ্যnaiṣadhyaNoun
নিষধ বা নল ৰজাৰ দেশ।
- নৈষ্কৰ্ম্যnaiṣkarmyaNoun
নিষ্ক্ৰিয়তা।
- নৈসৰ্গিক দৃশ্যnoi.xor.gik dri.syoAbstract Noun
কোনো স্থান বা বস্তুৰ এবাৰতে চাব পৰা অংশ৷
An expanse of scenery of a place that can be seen in a single view
- নৈয়ায়িকnaiẏāẏikaNoun
ন্যায়-শাস্ত্ৰ জনা মানুহ
a logician
- নৈৰপেক্ষ্যnairapekṣyaNoun
নিৰপেক্ষতা।
- নৈৰাজ্যnoi.ra.jyoAbstract Noun
সুশাসন নথকা অৱস্থা বা সময় ৷
A state or lawlessness or disorderliness
- নৈৰাজ্যবাদnoi.ra.jyo.badAbstract Noun
ৰাষ্ট্ৰৰ ধাৰণা অমূলক, অপ্ৰয়োজনীয়, হানিকাৰক বুলি বিবেচনা কৰা এক তত্ব, এই তত্বই ৰাষ্ট্ৰ বিহীন সমাজৰ পোষকতা কৰে।
Anarchism is a political philosophy which considers the state undesirable, unnecessary, and harmful, and instead promotes a stateless society, or anarchy.
- নৈৰাজ্যবাদীnoi.ra.jyo.ba.diCommon Noun
যিজনে নৈৰাজ্যবাদৰ পোষকতা কৰে বা বিশ্বাস কৰে।
a person who advocates or believes in anarchy or anarchism.
- নৈৰাশnairāśaNoun
আশাশূন্যতা।
- নৈৰাশ্যnairāśyaNoun
আশাশূন্যতা।
- নৈৰাশ্যবাদnoi.ra.syo.badAbstract Noun
সকলোৰে বেয়া বা ঋণাত্মক দিশটোলৈহে চকু দিয়াৰ প্ৰৱণতা।
tendency to look at the negative side of the things.
- নৈৰ্ঋতnoi.ritCommon Noun
আচৰিত ধৰণৰ বা ভয়ঙ্কৰ চেহেৰাৰ, কাল্পনিক এক জীৱ।
A creature, often imaginary, having a strange or frightening appearance.
- নৈৰ্ব্যক্তিকnairbyaktikaNoun
ব্যক্তি-নিৰপেক্ষ
impersonal
- নৈৰ্ব্যক্তিকৰণAbstract Noun
এনে এক অৱস্থা য'ত কোনোবাই অনুভৱ কৰে যে নিজৰ অস্তিত্ব বা জগতৰ অস্তিত্ব বাস্তৱ নহয়
a state in which one feels that the existence of himself or the existence of the world is not real
- নোকনুকীয়াno`k.nu.ki.yaCommon Noun
চুটি ঠেং, ফটা খুৰা, মোটা নোম আৰু মাটি খান্দিবলৈ ব্যৱহাৰ কৰা কোমলাস্থি যুক্ত মুখ থকা চুইদি পৰিয়ালৰ এক স্তন্যপায়ী জন্তু।
a mammal of the family Suidae, having short legs, cloven hooves, bristly hair, and a cartilaginous snout used for digging.
- নোক্নুকীয়াnoknukīẏāNoun
গাহৰি
a hog (slang)