কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কামশক্তিkam.xok.tiCommon Noun
হিন্দুশাস্ত্ৰমতে প্ৰেমৰ দেৱতা কামদেৱৰ পত্নী
wife of the Hindu god of love, Kamdev
- কামশাস্ত্ৰProper Noun
বিপৰীত লিঙ্গৰ মাজত, বিশেষকৈ মানুহৰ ক্ষেত্ৰত, হোৱা যৌন-ক্ৰিয়া বিষয়ক জ্ঞান বা অধ্যয়ন
the study of sex or of the interaction of the sexes especially among human beings
- কামসখkam.xokhAbstract Noun
অসমীয়া বৰ্ষচক্ৰ অনুসৰি চ’ত-বহাগ মাহৰ এটা ঋতু বা কাল ৷
A season which falls in the month of March to May. It comes in the last and first month of Assamese calendar year.
- কামসূত্ৰProper Noun
বিপৰীত লিঙ্গৰ মাজত, বিশেষকৈ মানুহৰ ক্ষেত্ৰত, হোৱা যৌন-ক্ৰিয়া বিষয়ক জ্ঞান বা অধ্যয়ন
the study of sex or of the interaction of the sexes especially among human beings
- কামসেন্দুৰkam.xen.durMaterial Noun
সেন্দুৰৰ দৰে এবিধ ফোঁট লোৱা বস্তু,তাৰে ফোঁট ল’লে ভৱা মতে কাৰ্য্য সিদ্ধি হয় বুলি মানুহে বিশ্বাস কৰে।
a fabulous substance which,when put on one's forehead is said to give anything desired.
- কামাইkāmāiNoun
আয়
earning
- কামাক্ষীbha.swo.tiProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- কামাখ্যাkāmākhyāNoun
কামৰূপৰ নীলাচল পৰ্ব্বতত থকা কামাখ্যা দেবীৰ মূৰ্ত্তি আৰু দ'ল [ইয়াতে সতীৰ যোনি পৰিছিল বুলি ই এখন তীৰ্থঠাই।]
the shrine of the goddess Kāmākhyā in Kamrup
- কামাখ্যানাথProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- কামাগ্নিkāmāgniNoun
প্ৰবল কাম-ভাব; কাম-পীড়া; কামানল
the fire of love; burning passion or lust
- কামাতুৰkāmāturaNoun
কামৰ দ্বাৰা পীড়িত; কামভাব পূৰ কৰিবলৈ নেপাই আতুৰ হোবা; বৰ কামুক
very passionate; lustful
- কামানkāmānaNoun
বন্দুক; হিলৈ
a gun
- কামানলkāmānalaNoun
কামাগ্নি।
- কামানিkāmāniNoun
কামাই; আয়
earning
- কামায়ুka.ma.yuProper Noun
মানুহৰ দৰে হাত-ভৰি আৰু ঈগলৰ দৰে ঠোঁট আৰু ডেউকা থকা এজন দেৱতা ৷ ইয়াক চৰাইৰ ৰজা বুলি কোৱা হয় আৰু সাপ খায় ৷ বিষ্ণুৰ বাহন ৷
A supernatural eagle-like being that serves as Vishnu's mount. It has body like human being with beak and wing similar to the Eagle. It is known to be the king of birds and eats snakes.
- কামাৰসায়িতাkāmārasāẏitāNoun
যি ইচ্ছা তাকে কৰিব পৰা ক্ষমতা।
- কামাৰ্Common Noun
লো গৰম কৰি বিভিন্ন সজুলি তৈয়াৰ কৰা বৃত্তিধাৰী ব্যক্তি
a person who forges objects of iron
- কামিkāmiNoun
সৰু-সৰুকৈ চাঁচি লোবা দীঘল বাঁহৰ চিৰা
a long narrow piece of split bamboo
- কামি-হাড়kāmi-hāṛaNoun
ৰাজহাড়ৰপৰা বুকুৰ দুফালে বেৰি থকা কামিৰ নিচিনা চেপেটা হাড়
a rib
- কামিজkāmijaNoun
এবিধ মূৰেদি সুমাই পিন্ধা চোলা
shirt