কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নেৰাnerāNoun
নুৰা; নুৰাৰ দৰে গোটা হৈ ওলোবা বিষ্ঠা; নুৰা পতা বোকা আদি
a roll; solid stood ejected in a cylindrical form; mud or anything like it formed into a roll
- নেৰিয়াneriẏāNoun
গাত বাকলি নথকা আৰু বচা মাছৰ সদৱশ কিন্ত্ত তাতকৈ গা লাহী এবিধ মাছ
a kind of fish; Pseudentropins garua
- নেৰিয়া-নেৰিneriẏā-neriNoun
গাত গা ঘঁহাই মৰম দেখুওবা কাৰ্য্য; পৰস্পৰে বৰকৈ চেনেহ দেখুওবা কাৰ্য্য (বুদ্ৰপত)
the act of showing excessive fondness to one another
- নেৱালীne.wa.liCommon Noun
A large suberect shrub, from the genus <i>Jasminum</i>, with hairy climbing branchlets; leaves simple opposite, ovate or ovate-oblong, acuminate, grey-fomentose on both surfaces;. flowers white, fragrant, in lax trichotomous pubescent panicles; fruit single, ellipsoid, black, often curved berry.It's available throughout India, in forests upto 1,200 meters above the sea-level.The leaves are bitter, astringent, sweet, refrigerant, stomachic, emetic and tonic. They are useful in obstruction of the bronchial tubes, menstrual disorders, vitiated conditions of pitta, colic, flatulence, cougii,and general debility.
- নৈnaiNoun
নদী
a river
- নৈ-ঘুলিnoi-ghuliMaterial Noun
নৈৰ দাঁতিত দ পানী থকা ডোবা, য’ত নাও ৰাখিব পাৰি।
an inlet of a river with deep water which is used as a place of safety for boats.
- নৈঃশব্দnoi.xob.doAbstract Noun
শব্দ বা কোলাহল নোহোৱা অৱস্থা।
the state or condition of devoid of sound or noise.
- নৈঋতnair̥taNoun
দক্ষিণ আৰু পশ্চিমৰ মাজৰ চুক
the south-west
- নৈঋত কোণnoi.rit ko`nAbstract Noun
দহ দিশৰ এটা দিশ। দক্ষিণ আৰু পশ্চিমৰ মাজৰ দিশ।
One of the ten directions mentione in Indian Literature. a direction in between south and west in cardinal compass.
- নৈকট্যnoi.ko.tyoAbstract Noun
কম দূৰত থকা অৱস্থা
The state being in a short distance apart
- নৈকেষীnaikeṣīNoun
নিকষা; ৰাবণৰ মাক
the name of the mother of Rāvaṇa
- নৈতিক পতনAbstract Noun
বেয়া বা অসৎ চৰিত্ৰ বা আচৰণ
bad character or conduct
- নৈতিক সমৰ্থনnoi.tik xo.mor.thonAbstract Noun
a non-physical, non-financial support for a person or a cause
- নৈতিকতাnoi.ti.ko.taAbstract Noun
ভাল-বেয়া, ভুল-শুদ্ধ বা ভাল আচাৰ জানিব পৰা ক্ষমতা
The ability to distinguish good and evil or right and wrong, right or good conduct
- নৈপুণ্যnaipuṇyaNoun
নিপুণতা; পাৰ্গতালি; দক্ষতা
skilfulness; proficiency
- নৈবেদ্যnaibedyaNoun
দেবতাক নিবেদন কৰি দিয়া কেঁচা খাদ্য
an offering of raw eatables presented to a deity
- নৈমিত্তিক ব্যয়naimittika, byaẏaNoun
মাজে মাজে বিবিধ বিষয়ত হোবা খৰচ
Contingency expenditure
- নৈমিত্তিক-প্ৰলয়naimittika-pralaẏaNoun
ব্ৰহ্ম্যৰ এদিনৰ (ওঠৰ হেজাৰ যুগ) অন্তত হোবা প্ৰলয়।
- নৈমিষাৰণ্যnaimiṣāraṇyaNoun
গোমতী নৈৰ ওচৰত আগৰ ঋষি-মুনি থকা এখন পবিত্ৰ হাবি [ইয়াত সৌতিয়ে মুনিসকলৰ আগত মহাভাৰত কৈছিল।]
an ancient sacred forest near the Gomatī river where Sauti related the Mahābhārata to the assembled Riṣis
- নৈশভোজনnoi.xo.bho’.jonAbstract Noun
ৰাতিৰ আহাৰ; দিনটোৰ প্ৰধান আহাৰ | কোনো বিশেষ ব্যক্তিৰ সন্মানাৰ্থে বা বিশেষ উদ্দেশ্যে আয়োজিত ভোজভাত |
The main meal of the day, eaten in the evening or at midday.a formal meal in honor of some person or occasion.