কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নেফিয়াNoun
জলহু মানুহ; ক্ষীণ মানুহ; পৰৰ তলত থকা নীহ মানুহ
a slovenly man; a thin man; a mean dependant
- নেবালীnebālīNoun
এবিধ ফুল; নবমালিকা
a kind of flower
- নেমিnemiNoun
চকাৰ বেঢ়।
- নেমুnemuNoun
এবিধ টেঙাফল আৰু তাৰ গছ [ইয়াৰ দুজাতি; এজাতিৰ ফল টেঙা; ; ইজাতিৰ ফল মিঠা; .]।
(citrus medicavar; acida; the sour lime) ; (the sweet lime; citrus medica var. Limetta)
- নেমু চাহne.mu sahMaterial Noun
চাহৰ লগত নেমুৰ ৰস মিহলাই বকা সতেজ পানীয়৷
kind of refreshing and invigorating drink prepared with adding lemon juice to tea.
- নেমু ৰসMaterial Noun
নেমুৰ ৰসেৰে তৈয়াৰ কৰা এবিধ পানীয়
A drink made with lemon
- নেমু-টেঙাne.mu te.ngaCommon Noun
এবিধ টেঙা ফল আৰু তাৰ গছ
A oval shaped fruit with juicy acidic flesh and it's tree
- নেমু-টেঙ্গাne.mu te.ngaCommon Noun
এবিধ টেঙা ফল আৰু তাৰ গছ
A oval shaped fruit with juicy acidic flesh and it's tree
- নেমু-পানীMaterial Noun
নেমুৰ ৰসেৰে তৈয়াৰ কৰা এবিধ পানীয়
A drink made with lemon
- নেমুটেঙাnemuṭeṅāNoun
এবিধ টেঙাফল আৰু তাৰ গছ [ইয়াৰ দুজাতি; এজাতিৰ ফল টেঙা; ; ইজাতিৰ ফল মিঠা; .]।
(citrus medicavar; acida; the sour lime) ; (the sweet lime; citrus medica var. Limetta)
- নেলnelCommon Noun
কেৰ্কেটুৱাৰ আকৃতিৰ কিন্তু তাতকৈ ডাঙৰ মাটিত থকা এবিধ মাংসহাৰী জন্তু. বিষাক্ত সাপ ইহঁতে দক্ষতাৰে মাৰিব পাৰে|
a carnivorous animal living on land, looks like a big squeeral. They can hanlde poisonous snakes skillfully.
- নেলচন মেণ্ডেলাnel.son men.de.laProper Noun
দক্ষিণ আফ্ৰিকাৰ মুক্তি সংগ্ৰামৰ এক অবিসম্বাদী নেতা যি সুদীৰ্ঘ ২৭ বছৰ ধৰি কাৰাৰুদ্ধ জীৱন কটাবলগীয়া হৈছিল৷ ১৯৬৪ চনৰ ১২ জুনৰ দিনা দক্ষিণ আফ্ৰিকাৰ শ্বেতাংগ চৰকাৰে দেশদ্ৰোহিতাৰ গোচৰত তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল। ১৯৯১ চনৰ ১০ ফেব্ৰুৱাৰীত তেওঁক দক্ষিণ আফ্ৰিকাৰ চৰকাৰে মুক্তি দিয়ে৷ ১৯৯৪ চনত দক্ষিণ আফ্ৰিকাৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত বিপুল ভোটাধিক্যত জয়লাভ কৰি তেওঁ ১০ মে`ত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় আৰু ১৯৯৯ চনলৈকে তেওঁ ৰাষ্ট্ৰপতিৰ পদত কাৰ্য্যনিৰ্বাহ কৰে। ১৯৯৩ চনত তেওঁ শান্তিৰ ন`বেল বঁটা লাভ কৰে।
(18 July 1918 – 5 December 2013) A South African anti-apartheid revolutionary, politician, and philanthropist, who served as President of South Africa from 1994 to 1999. He was the country`s first black head of state and the first elected in a fully representative democratic election.
- নেলচন সংখ্যাnel.son xong.khyaProper Noun
১১১ সংখ্যাটোক নেলচন সংখ্যা বুলি জনা যায়৷ নেলচন নামৰ এডমিৰেলজনে যুদ্ধত এটা চকু, এখন হাত আৰু এটা ভৰি হেৰুৱাইছিল বুলি কোৱা হয়৷ সেইবাবে ১১১৷
The number 111 is sometimes called `a Nelson` after Admiral Nelson, who allegedly only had `One Eye, One Arm, One Leg` near the end of his life. (Which is in fact incorrect - Nelson never lost a leg.) It is particularly known as a score in cricket.
- নেলুকাnelukāNoun
অলপ ডালচেনিৰ দৰে গোন্ধ থকা আৰু বীজলীয়া ছাল থকা এবিধ গছ
a kind of Cassia
- নেহনেহ-থেহথেহnehaneha-thehathehaNoun
অলপ অসুখ বা নৰিয়া অবস্হা; থেনেথেন- মেনমেন
a slight indisposition
- নেহাnehāNoun
মৰম। বেথা
affection; love
- নেহালnehālaNoun
ঘঁৰিয়াল।
- নেহাৰণne.ha.ronAbstract Noun
চকুৰে লাভ কৰা ইন্দ্ৰিয়ানুভূতি বা চকুৰ সংবেদন ক্ষমতা
the act or power of sensing with the eyes
- নেহেৰাneherāNoun
হেয়; তুচ্ছ
poor; mean
- নেৰneraNoun
নুৰা; নুৰাৰ দৰে গোটা হৈ ওলোবা বিষ্ঠা; নুৰা পতা বোকা আদি
a roll; solid stood ejected in a cylindrical form; mud or anything like it formed into a roll