কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নেত্ৰnetraNoun
পথ দেখাই দিয়া ইন্দ্ৰিয়; চকু
the eye
- নেত্ৰকোষne.ro.ko`xMaterial Noun
চকু কৰ্নিয়া সলাবৰ বাবে, সদ্যমৃত লোকৰ পৰা চকু সংগ্ৰহ কৰি, নেত্ৰবেংকত ৰখা হয়৷
Eye banks retrieve and store eyes for cornea transplants and research. The first eye bank was founded in 1944. Currently, in the United States, eye banks provide tissue for about 46,000 cornea transplants each year to treat conditions such as keratoconus and corneal scarring.
- নেত্ৰচ্ছদne.tros.sodAbstract Noun
Either of the folds of skin closing to cover the eyes
- নেত্ৰতাৰকাne.tro.ta.ro.kaCommon Noun
কাৰোবাৰ অতি মৰমৰ বা কোনোবাই অতি ভাল পোৱা কোনো লোক বা বস্তু৷
someone or something very dear and is loved more than anyone.
- নেত্ৰদানnet.ro.danVerbal Noun
মৃত্যুৰ পাচত নিজৰ চকু আনক দান দিয়া কাৰ্য ৷ ই এটা অতি মহৎ প্ৰচেষ্টা আৰু ইয়াৰ দ্বাৰা দুজন অন্ধ মানুহক আমি পৃথিৱীখনক নতুন ৰূপত চোৱাত সহায় কৰিব পাৰো ৷
The act of giving own eye to others. It's a noblest of all causes, and we can light the life of two blind people by donating our eyes after our death.
- নেত্ৰপল্লৱnet.ro.pol.lobAbstract Noun
Either of the folds of skin closing to cover the eyes
- নেত্ৰপাতNoun
"দৱষ্টিপাত" চোবাঁ।
- নেত্ৰবাৰিne.tro.ba.riMaterial Noun
কান্দোতে চকুৰ পৰা ওলোৱা এবিধ লুণীয়া জুলীয়া পদাৰ্থ ৷
a saline watery substance secreted from the eyes
- নেত্ৰবিজ্ঞানNoun
নেত্ৰবিজ্ঞান
নেত্ৰবিজ্ঞান
- নেত্ৰবেংকne.tro.benkMaterial Noun
চকু কৰ্নিয়া সলাবৰ বাবে, সদ্যমৃত লোকৰ পৰা চকু সংগ্ৰহ কৰি, নেত্ৰবেংকত ৰখা হয়৷
Eye banks retrieve and store eyes for cornea transplants and research. The first eye bank was founded in 1944. Currently, in the United States, eye banks provide tissue for about 46,000 cornea transplants each year to treat conditions such as keratoconus and corneal scarring.
- নেত্ৰলেপMaterial Noun
চকুৰ পিৰিকটিত ঘহাঁ এবিধ ক`লা ৰং ।
a collyrium applied to the eyelashes.
- নেত্ৰাম্বুne.tram.buMaterial Noun
কান্দোতে চকুৰ পৰা ওলোৱা এবিধ লুণীয়া জুলীয়া পদাৰ্থ ৷
a saline watery substance secreted from the eyes
- নেত্ৰৰঞ্জনMaterial Noun
চকুৰ পিৰিকটিত ঘহাঁ এবিধ ক`লা ৰং ।
a collyrium applied to the eyelashes.
- নেতৰnetaraNoun
মিহি পাটৰ কাপোৰ; যেনে-"নেতৰ বসন পৰিধান মাথাৰ মালতী কৰে ঘ্ৰাণ বহলজঙ্ঘনী তনু অতি মধ্যক্ষীণ" (উদ্যোগ-পৰ্ব্ব)
a kind of fine silk cloth
- নেতৰ্ne.torMaterial Noun
Enter Assamese Meaning
A fine lustrous fiber composed mainly of fibroin and produced by certain insect larvae to form cocoons, especially the strong, elastic, fibrous secretion of silkworms used to make thread and fabric.
- নেথনিne.thoniAbstract Noun
নৰিয়া মানুহে কষ্টেৰে উশাহ লওঁতে হোৱা শব্দ অথবা দুখে-কষ্টে, খঙে-ৰাগে উশাহ লওঁতে হোৱা শব্দ
A deep, inarticulate sound uttered in derision, disapproval, desire, etc.
- নেদেখা-জনাnedekhā-janāNoun
পৰমেশ্বৰ
the unseen Supreme Being; God
- নেদেখাজনns.de.kha.jonAbstract Noun
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe
- নেদেখাজনাne.de.kha.jo.naAbstract Noun
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe
- নেন`জীৱাশ্মMaterial Noun
প্লৱকৰ আটাইতকৈ সৰু সদস্য
the smallest member of the plankton