কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পলুনাশীVerbal Adj.
পলু মাৰিব বা নাশ কৰিব পৰা
able to kill larval pests
- পলোবাAdjective
কৱদ.
- পল্টনীয়া পল্টনৰAdjective
পল্টন-সম্পৰ্কীয়
military
- পল্লবগ্ৰাহীpallabagrāhīAdjective
নানা বিষয়ত অলপ অলপ জ্ঞান থকা কিন্ত্ত গভীৰ বিদ্যা নথকা।
- পল্লবিতAdjective
কুঁহি পাত ধৰা; কুঁহি পাত থকা
full of new leaves and sprouts
- পল্লৱগ্ৰাহীpol.lob.gra.hiProper Adj.
নানা বিষয়ত অলপ অলপ জ্ঞান থকা কিন্তু গভীৰ বিদ্যা নথকা
jack of all tricks but master of none
- পল্লৱিতpol.lo.bi.toProper Adj.
বাঢ়িবলৈ আৰম্ভ কৰা বা অঙ্কুৰণ হ’বলৈ ধৰা
related to or concerned with a plant that has started growing
- পলৰীয়াpalarīẏāAdjective
পলোবা; গোপনে স্হানান্তৰ হোবা; পলাই যোবা বা অহা
fugitive; absconding; eloping
- পশু চিকিৎসাpo.xu si.kit.saProper Adj.
মানুহৰ বাহিৰে অন্য জীৱ-জন্তুৰ ভেষজবিদ্যা, শল্য চিকিত্সা, জন-স্বাস্থ্য, দন্তচিকিত্সা, ৰোগ-নিৰূপণ আৰু ৰোগ-নিৰাময় আদি বিষয়ৰ প্ৰায়োগিক দিশৰ সৈতে জড়িত চিকিত্সা বিজ্ঞান সম্পৰ্কীয়।
of or pertaining to the medical science which deals with the application of medical, surgical, public health, dental, diagnostic, and therapeutic principles to non-human animals.
- পশুতুল্যpo.xu.tu.lyoProper Adj.
পশুৰ দৰে নিষ্ঠুৰ আৰু দয়া-মমতা হীন
cruel and barbarous like a beast
- পশুপালনVerbal Adj.
গাখীৰ, মাংস আদিৰ বাবে পোহনীয়া জন্তু প্ৰতিপালন কৰা কাৰ্য্য
the act of keeping animals to produce milk, meat etc.
- পশুসুলভpo.xu.xu.lobhProper Adj.
পশুৰ দৰে নিষ্ঠুৰ আৰু দয়া-মমতা হীন
cruel and barbarous like a beast
- পশুৱত্po.xu.botProper Adj.
পশুৰ দৰে নিষ্ঠুৰ আৰু দয়া-মমতা হীন
cruel and barbarous like a beast
- পশ্চাত্মুখীpos.sat.mu.khiVerbal Adj.
পিছলৈ গতি কৰা
moving backward; having a backward motion or direction
- পশ্চাদঘাটমূলকpos.sad.bhat.mu.lokVerbal Adj.
অপকাৰ হোৱা কাম কৰি অসুবিধা বা বিপদত পেলোৱা।
causing disruption by a detrimental act.
- পশ্চাদপদpos.sad.podProper Adj.
শিক্ষা-দীক্ষা আৰু আৰ্থিকভাৱে পিচপৰি থকা |
Having made less than normal progress both economically and literally.
- পশ্চাদমুখীpos.sad.mu.khiProper Adj.
শিক্ষা-দীক্ষা আৰু আৰ্থিকভাৱে পিচপৰি থকা |
Having made less than normal progress both economically and literally.
- পশ্চিমীয়াpos.si.mi.yaProper Adj.
পশ্চিম দিশ সম্বন্ধীয় বা সেই দিশত থকা৷
lying toward or situated in the west.
- পষেকীয়াAdjective
এপষ থকা; এপষত হোবা; পষে পষে ঘটা
fortnightly
- পহিলাAdjective
প্ৰথম; প্ৰথমে
first