কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জলস্থjo.los.thoProper Adj.
পানীত জন্মা অথবা বাস কৰা অথবা পানীত চৰি ফুৰা৷
Operating or living or growing in water.
- জলস্হjalashaAdjective
জলত থকা; পানীত থকা
being in water
- জলহীনProper Adj.
ৰস বা পানী নথকা
Not having moisture or water
- জলহুjalahuAdjective
জধলা।
- জলহুবাjalahubāAdjective
পনীয়া; বহুত পানী থকা (আঞ্জা আদি)
containing much water, as food; tapir
- জলহুৱাjo.lo.hu.waProper Adj.
জলাহ বা পিতনিৰ দৰে, কোমল আৰু পানী থকা|
like a marsh; soft and wet.
- জলাjalāAdjective
জিভাত বা গাৰ ছালত পোৰা বা পোৰণি জন্মোবা; জাল থকা
pungent; acrid; hot
- জলা-কলাjalā-kalāAdjective
বৰকৈ আমনি পোবা
extremely vexed
- জলাকটাjalākaṭāAdjective
জালীকটা; সৰু সৰু বিন্ধা কটা
perforated
- জলাতকjo.la.tokVerbal Adj.
পানীৰ তলত ভালকৈ বুৰা বা তল যোৱা ।
Something which have been immersed thoroughly or going into the deep of water.
- জলাতক্jo.la.tokProper Adj.
পানীত তল গৈ থকা৷
so filled with water as to be heavy or unmanageable.
- জলাতনjalātanaAdjective
বানতীয়া; পানীৰ তল যোবা; জলডোবা
flooded during the rains; subject to flood
- জলাতৰুjalātaruAdjective
বানতীয়া; পানীৰ তল যোবা; জলডোবা
flooded during the rains; subject to flood
- জলাবদ্ধjo.la.bod.dhoProper Adj.
পানীত তল গৈ থকা৷
so filled with water as to be heavy or unmanageable.
- জলীয়jalīẏaAdjective
জল-সম্বন্ধীয়; জল-জাত; তৰল।
- জলীয়াjalīẏāAdjective
ফুটা থকা; থকা-সৰকা; যেনে-"সহস্ৰ জলীয়া যেন ভৈলা বীৰবৰে" (বনপৰ্ব্ব)
riddled
- জলীয়াAdjective
জালৰ সদৱশ; জালৰ নিচিনা পাতল বা বিন্ধা থকা; জালৰ দৰে গঁথা
reticular; reticulated
- জলৌ-জথৌjalau-jathauAdjective
পানীময়; পনীয়া; পানীৰ নিচিনা; জুলীয়া
watery
- জলৌ-জপৌjalau-japauAdjective
কাপোৰ-কানি লোবাত অপৰিপাটি; জধলা; জলৰ-জথৰ
slovenly
- জলৌ-পলৌjalau-palauAdjective
থাকিবলৈ ঠাই নথকা; অথন্তৰত পৰা; নিৰাশ্ৰয়
homeless; helpless; involved in distress