কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নীলমণিnīlamaṇiNoun
এবিধ নীল-বৰণীয়া বহুমূলীয়া পাথৰ
sapphire
- নীলমতিnil.mo.tiCommon Noun
The Verditer Flycatcher is an Old World flycatcher found in the Indian subcontinent, especially in the Lower Himalaya. It is named after its distinctive shade of copper-sulphate blue and has a dark patch between the eyes and above the bill base. The adult males are intense blue on all areas of the body, except for the black eye-patch and grey vent. Adult females and sub-adults are lighter blue. They are also interesting among the flycatchers in that they forage above the canopy level and perching on electric wires or exposed tree top branches.(Assamese birds name source- Prantik 16 Jun 2009, article page-26)
- নীলমাধৱni.lo.ma.dhobProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- নীলমুদ্ৰAbstract Noun
কোনো বৃহৎ প্ৰকল্পৰ প্ৰাৰম্ভিক নক্সা
an initial outline or plan of action of a bigger activity.
- নীলা তিমিCommon Noun
আটাইতকৈ ডাঙৰ স্তন্যপায়ী: এটা বহুলভাৱে বিস্তৃত নীলা-ধূসৰ তিমি
the largest mammal: a widely distributed bluish-grey whale
- নীলাচলnīlācalaNoun
কামাখ্যাদেবীৰ মন্দিৰ থকা পৰ্ব্বত
the Kāmākhyā hill
- নীলাচল পাহাৰni.la.sol pa.harProper Noun
গুৱাহাটীৰ কামাখ্যা মন্দিৰ যিটো পাহাৰত অৱস্থিত, সেই পাহাৰৰ নাম৷
A hill in Guwahati city where Kamakya Mandir is situated
- নীলাঞ্জনাni.lan.jo.naAbstract Noun
আকাশত, ডাৱৰত খন্তেকীয়াকৈ হোৱা বিদ্যুতৰ চমকনি।
a brilliant electric spark discharge in the atmosphere, occurring within a thundercloud, between clouds, or between a cloud and the ground.
- নীলাম্বুni.lam.buMaterial Noun
পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
a salt water body that cover the greater part of the earth's surface.
- নীলাম্বুধিni.lam.bu.dhiMaterial Noun
পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
a salt water body that cover the greater part of the earth's surface.
- নীলাম্বৰnīlāmbaraNoun
বলভদ্ৰ; বলৰাম
Balarāma
- নীলিমni.limAbstract Noun
ফৰকাল আকাশৰ বিশুদ্ধ ৰং; সূৰ্য্য ৰশ্মিৰ সেডজীয়া আৰু বেগুণীয়াৰ মাজৰ ৰং, ৪৫০ আৰু ৫০০ নেন’মিটাৰৰ ভিতৰত তৰঙ্গ দৈৰ্ঘ্য-বিশিষ্ট পোহৰৰ প্ৰভাৱ
the pure color of a clear sky; the primary color between green and violet in the visible spectrum, an effect of light with a wavelength between 450 and 500 nm.
- নীলিমাnīlimāNoun
নীলত্ব; নীল বৰণ।
- নীলোৎপলnīlotpalaNoun
নীলকমল; নীল-বৰণীয়া ভেঁট ফুল
the blue water-lily; Nymphæ stellata
- নীহ কুলnih kulCommon Noun
(তথাকথিত) নিম্ন জাত বা কুল৷
(so-called) low caste or origin.
- নীহাৰnīhāraNoun
বৰফ; তুষাৰ
snow; frost
- নীড়nīṛaNoun
চৰাই আদিৰ বাহ
nest
- নীৰnīraNoun
জল; পানী
water
- নীৰদNoun
মেঘ
cloud
- নীৰধিni.ro.dhiMaterial Noun
পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
a salt water body that cover the greater part of the earth's surface.