কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ব্যয়byaẏaNoun
খৰচ
expenditure
- ব্যয়কুণ্ঠbyoy.kun.thoProper Adj.
অৰ্থকে মূল উদ্দেশ্য বুলি ভবা আৰু অৰ্থ ব্যয় কৰিবলৈ টান পোৱা ব্যক্তি
a person whose aim is to save money and who finds it hard to spend money
- ব্যয়বহুলbyoy.bo.hul.Proper Adj.
বেছি খৰচৰ, আপেক্ষিক ভাৱে বেছি দামৰ
Costing too much, relatively high in price.
- ব্যয়শীলAdjective
খৰচী; অপৰিমিত খৰচ কৰা; অপব্যয়ী; ধোঁবাখুলীয়া
extravagant; prodigal
- ব্যৰ্থbyarthaAdjective
বৱথা; নিষ্ফল; বিফল
fruitless
- ব্যৰ্থকামProper Adj.
কোনো কাৰ্যত সফল নোহোৱা ।
inable to perform upto the mark in a test or such other competitive event.
- ব্যৱসায়াত্মিকাbyo.bo.xa.yat.mi.kaProper Adj.
বহু সময় কাম কৰাৰ পিছতো শক্তি আৰু উত্সাহ ক্ষয় নোহোৱা।
not demotivated or lose energy even after repeated or long hours of work.
- ব্যৱসায়িকbyo.bo.xa.yikProper Adj.
related or pertaining the process of buying, selling, or exchanging commodities, at either wholesale or retail, within a country or between countries
- ব্যৱহাৰযোগ্যProper Adj.
can be utilized for some purposes
- ব্যৱহাৰিকbyo.bo.ha.rikProper Adj.
যি বস্তু, আহিলা বা পদ্ধত্তি দৈনন্দিন কামত ব্যৱহাৰ কৰিব পাৰি৷
that can be used in day-to-day real life
- ব্যৱহাৰোপযোগীProper Adj.
can be utilized for some purposes
- ব্যৱহাৰ্যbyo.bo.har.joVerbal Adj.
ব্যৱহাৰ কৰিব পৰা বা ব্যৱহাৰৰ উপযোগী
fit to be used
- ব্যৱহাৰ্য্যbyo.bo.har.jyoVerbal Adj.
ব্যৱহাৰ কৰিব পৰা বা ব্যৱহাৰৰ উপযোগী
fit to be used
- ব্যৱহৃতbyo.wo.hri.to.Proper Adj.
পূৰ্বতে ব্যৱহাৰ কৰা ৷
Previously utilized or owned by someone.
- ব্য়ক্তিনিষ্ঠProper Adj.
ব্যতিগত ধ্যান ধাৰণা, অনুভূতিৰ ওপৰত প্ৰতিস্থিত
based on or influenced by personal feelings, tastes, or opinions."his views are highly subjective"
- ব্ৰতীAdjective
ব্ৰত কৰা; ব্ৰত ধৰা
engaged in a religious austerity
- ব্ৰহ্মbrahmaNoun
জগতত মূলীভূত চৰম সত্তা, পৰমাত্মা; ; বি. পৰমেশ্বৰ
the Absolute ; God, the creator
- ব্ৰহ্ম-তিতাAdjective
অতিশয় তিতা
very bitter
- ব্ৰহ্মজ্ঞAdjective
ঈশ্বৰক জনা; পৰমাৰ্থ জনা; . b >ব্ৰহ্মজ্ঞান/b> বি. ঈশ্বৰৰ বিষয়ে জ্ঞান; পৰমাৰ্থ-জ্ঞান
knowing God or having spiritual knowledge ; knowledge of God; spiritual knowledge
- ব্ৰহ্মভূতbrahmabhūtaAdjective
ঈশ্বৰেৰে সৈতে এটা হোবা বা তেওঁৰ নিচিনা হোবা; যেনে-"সেহি ব্ৰহ্মভূত দুইয়া মোক্ষ পাবে নৰ" (মিশ্ৰ-গীতা)
absorbed into the Supreme spirit