কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ব্যস্তানুপাতিকbyas.ta.nu.pa.tikProper Adj.
If a parameter increases as another parameter decreases the the two parameters are said to be inversely proportional to each other.
- ব্যাকুলbyākulaAdjective
অতিশয় আকুল বা অস্হিৰ; উত্কণ্ঠা-যুক্ত
distracted; perplexed
- ব্যাকুলিতAdjective
ব্যাকুল।
- ব্যাকৰণগতbya.ko.ron.go.toAdjective Adj.
কোনো এক ভাষাৰ ব্যাকৰণৰ সৈতে জড়িত বা ইয়াৰ দ্বাৰা নিৰ্ধাৰিত৷ বাক্য এটা সেই ভাষাৰ ব্যাকৰণৰ নীতি নিয়ম অনুসাৰে শুদ্ধ হোৱা বা নোহোৱা৷
relating to and determined by the grammar (of a particular language).
- ব্যাকৰণজ্ঞAdjective
ভালকৈ ব্যাকৰণ জনা
versed in grammer
- ব্যাকৰণসঙ্গতbya.ko.ron.xong.gotAdjective Adj.
কোনো এক ভাষাৰ ব্যাকৰণৰ সৈতে জড়িত বা ইয়াৰ দ্বাৰা নিৰ্ধাৰিত৷ বাক্য এটা সেই ভাষাৰ ব্যাকৰণৰ নীতি নিয়ম অনুসাৰে শুদ্ধ হোৱা বা নোহোৱা৷
relating to and determined by the grammar (of a particular language).
- ব্যাখ্যাতীতbya.khya.titProper Adj.
যাক বাখ্য কৰিব নোৱাৰি
unable to be explained or accounted for."he was subject to unexplainable rages"
- ব্যাঘাতীProper Adj.
পৰস্পৰ বিৰোধী
differing radically from one another
- ব্যাঙ্গাত্মকbyang.aat.mokProper Adj.
সম্পূৰ্ণ অযুক্তিকৰ বা অযুক্তিযুক্ত।
Wildly illogical or inappropriate.
- ব্যাধিগ্ৰস্তAdjective
ৰোগে ধৰা; নৰিয়াত পৰা; পীড়িত
sick; ill
- ব্যাধিপীড়িতbya.dhi.pi.ri.toProper Adj.
শৰীৰ ভালে নথকা অৱস্থা, ৰোগৰ দ্বাৰা আক্ৰান্ত
in a state of unwell, infected by disease
- ব্যাপকAdjective
বহু ঠাই জুৰি থকা
extending over a large space; pervading
- ব্যাপৃতbya.pritVerbal Adj.
কোনো কাম বা বিষয়ত মনোযোগ দি থকা |
To occupy the attention or efforts of (a person or persons).
- ব্যাপৱতbyāpawataAdjective
লাগি থকা; নিযুক্ত থকা
engaged
- ব্যাবহাৰিকbyābahārikaAdjective
ব্যবহাৰসিদ্ধ; ব্যবহাৰ-সম্পৰ্কীয়
applied
- ব্যামোহbyāmohaAdjective
"বিয়ামোহ" চোবাঁ; বিমূঢ়তা।
- ব্যালীকbya.likProper Adj.
কামভাৱত প্ৰবলভাৱে আসক্ত।
inclined to, characterized by, or inciting to lust or lechery.
- ব্যাহতbyāhataAdjective
বাধাপ্ৰাপ্ত।
- ব্যাৱস্থাপনামূলকProper Adj.
pertaining to management or a manager:
- ব্যুৎপত্তিমন্তbyut.potti.montoProper Adj.
কোনো বিষয় বা কলাত পাৰ্গত লোক
well-advanced or competent in any art, science, or subject; skilled