কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিৰ্বিচাৰnirbicāraNoun
বিচাৰহীন
thoughtless; inconsiderate
- নিৰ্বিনিয়োজনnir.bi.ni.yo`.jonVerbal Noun
সম্পত্তি, প্ৰতিবেশী অঞ্চল বা বিদেশী ৰাষ্ট্ৰত বিনিয়োগ কৰা পুঁজি ঘূৰাই লোৱা অথবা আৰ্থিক সাহায্য, অনুদান বা বিনিয়োগৰ পৰিকল্পনা আদি বাতিল কৰা কাৰ্য্য
the withdrawal of invested funds or the cancellation of financial aid, subsidies, or investment plans, as in a property, neighborhood, or foreign country.
- নিৰ্বীজকৰণnir.bij.ko.ronVerbal Noun
তাপ, ৰাসায়নিক, বিকিৰণ অথবা আন তেনে কোনো প্ৰক্ৰিয়াৰে বেক্টেৰিয়া, ভেঁকুৰ আদিৰ দৰে বীজাণু ধ্বংস কৰা কাৰ্য্য ।
The procedure of destroying all microorganisms in or on a given environment, such as a surgical instrument, in order to prevent the spread of infection. This is usually done by using heat, radiation, or chemical agents.
- নিৰ্বীজনnirbījanaNoun
জীবাণুনাশন
sterilization
- নিৰ্বুদ্ধিতাAbstract Noun
lack of knowledge, understanding or information about something
- নিৰ্বেদnir.bedAbstract Noun
সংসাৰৰ মায়া-মোহ ত্যাগ কৰা অৱস্থা
the state of abstaining of materislistic life
- নিৰ্বোধিতাnir.bo`.dhi.taAbstract Noun
lack of knowledge, understanding or information about something
- নিৰ্ব্বন্ধnirbbandhaNoun
নিয়ম, বিধান; যেনে-"দেবৰ নিৰ্ব্বন্ধ"
inevitable law
- নিৰ্ব্বলীnirbbalīAdjective
বল-শূন্য; শক্তি নথকা; দুৰ্ব্বল; ক্ষমতা নথকা
weak; powerless
- নিৰ্ব্বহnirbbahaNoun
দৰবত লগা এবিধ গছৰ গুটি
a kind of fruit used as medicine
- নিৰ্ব্বাচনnirbbācanaNoun
বহুতৰ ভিতৰত এজনক বাছি লোবা কাৰ্য্য
election; selection
- নিৰ্ব্বাণnirbbāṇaNoun
ঈশ্বৰত লয়; মুক্তি
salvation
- নিৰ্ব্বাসnirbbāsaNoun
দেশান্তৰ কৰা কাৰ্য্য। বাস কৰা ঠাইৰপৰা দূৰ দেশলৈ খেদাই দিয়া; শান্তি-স্বৰূপে থকা ঠাইৰপৰা আন ঠাইত ৰখা কাৰ্য্য
banishment
- নিৰ্ব্বাসনnirbbāsanaNoun
দেশান্তৰ কৰা কাৰ্য্য। বাস কৰা ঠাইৰপৰা দূৰ দেশলৈ খেদাই দিয়া; শান্তি-স্বৰূপে থকা ঠাইৰপৰা আন ঠাইত ৰখা কাৰ্য্য
banishment
- নিৰ্ব্বাহnirbbāhaNoun
সম্পন্ন; সম্পাদন; সাধনকৰণ
the act of performing
- নিৰ্ব্বিচাৰnirbbicāraNoun
বিচাৰহীন
thoughtless; inconsiderate
- নিৰ্বৰ্ষAbstract Noun
বহুদিন ধৰি বৰষুণ নোহোৱা অৱস্থা ৷
A long period of abnormally low rainfall, especially one that adversely affects growing or living conditions.
- নিৰ্ভাবনাnirbhābanāNoun
ভাবনা বা চিন্তা নথকা অবস্হা
absence of anxiety
- নিৰ্ভীকতাnir.bhi.ko.taAbstract Noun
যুদ্ধ অথবা দুৰ্য্যোগৰ সময়ত সাহস দেখুওৱা কাৰ্য্য
the act of courage in a situation of war or crisis
- নিৰ্ভুলকৰণnir.bhul.ko.ronVerbal Noun
ভুল শুদ্ধ কৰা বা শুধৰোৱা কাৰ্য্য
The act of offering an improvement to replace a mistake; setting right