কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শতস্কন্ধśataskandhaNoun
পাতালত থকা আৰু সীতাই বধ কৰা এশ- মূৰীয়া ৰাক্ষস
a hundred-headed demon
- শতাংশxo.tang.xoAbstract Noun
১০০-ৰ ভাগ হিচাপে প্ৰকাশ কৰা যিকোনো দুটা সংখ্যাৰ অনুপাত
a ratio of two numbers, represented as parts of 100.
- শতাংশকNoun
শতাংশ
শতাংশ
- শতানন্দśatānandaNoun
জনক ৰজাৰ পুৰোহিত; অহল্যাৰ পুতেক
the priest of King Janaka
- শতানীকśatānīkaNoun
চতুৰ্থ পাণ্ডব নকুলৰ ফালৰ দ্ৰৌপদীৰ পুতেক
son of Draupadī by Nakula
- শতাব্দśatābdaNoun
"শতিকা" চোবাঁ।
- শতাব্দীśatābdīNoun
"শতিকা" চোবাঁ।
- শতাব্দী এক্সপ্ৰেছxo.tab.di ex.presProper Noun
১৯৮৮ চনৰ পৰা কম আৰু মধ্য দূৰত্বৰ ঠাইৰ মাজত দিনত ভাৰতীয় ৰেলে চলোৱা তীব্ৰবেগী শীততাপ নিয়ন্ত্ৰিত ৰেলগাড়ী৷নতুন দিল্লী-ভূপাল শতাব্দী এক্সপ্ৰেছ খনে নতুন দিল্লী আৰু আগ্ৰাৰ মাজত ঘণ্টাত ১৫০ কিমি বেগেৰে চলি বৰ্তমান ভাৰতৰ সবাতোকৈ বেগীৰেলগাড়ী ৰূপে বিখ্যাত৷
a series of super fast, fully air conditioned high priority train run by Indian Railways. They are short to medium distance day train and return to the point of origin on the same day. The Bhopal Shatabdi Express is the fastest among them and runs at 150 km per hour in some parts. The service started in 1988.
- শতিকাśatikāNoun
এশ বছৰ বিয়পা কাল
a century
- শতুৰালিAbstract Noun
বন্ধুত্ব নথকা বা পৰস্পৰ বিৰোধী এক অনুভূতি বা অৱস্থা।
a feeling or condition of hostility or unfriendliness.
- শতুৰুśaturuNoun
শত্ৰু; বি. শতুৰালি ।
- শত্ৰুśatruNoun
ইন্দ্ৰ
Indra
- শত্ৰু-চাপśatru-cāpaNoun
ইন্দ্ৰৰ ধনু; ৰামধেনু; যেনে-"শত্ৰুচাপ সম ধনু ধৰি নিৰন্তৰে" (বিৰাট পৰ্ব)
the rainbow
- শত্ৰুঘ্নśatrughnaNoun
সুমিত্ৰাৰ গৰ্ভত জন্মা দশৰথ ৰজাৰ চতুৰ্থ পুত্ৰ
the fourth son of King Daśaratha
- শত্ৰুঞ্জয়Common Noun
কোনো ক্ৰীড়া বা প্ৰতিযোগিতাত বিজয়ী হোৱা ব্যক্তি বা দল
the party or person who won a game or competition
- শত্ৰুতাচৰণAbstract Noun
বন্ধুত্ব নথকা বা পৰস্পৰ বিৰোধী এক অনুভূতি বা অৱস্থা।
a feeling or condition of hostility or unfriendliness.
- শতৰঞ্চśatarañcaNoun
পাশা খেল; পাষটি খেল
the game of dice
- শতৰঞ্চিśatarañciNoun
কেইবাবৰণীয়া ডাঙ্গৰ সূতাৰ এবিধ কপাহী দলিচা
a cotton carpet
- শতৰঞ্চীśatarañcīNoun
পাশা খেল; পাষটি খেল
the game of dice
- শতৰঞ্জxot.ronjMaterial Noun
দুজন খেলু্ৱৈৰ মাজত খেলা এখন বুদ্ধিৰ খেল৷
A board game for two players, each beginning with 16 pieces of six kinds that are moved according to individual rules, with the objective of checkmating the opposing king